চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম -অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মন্ত্ৰী, বিধায়ক তথা প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই কথা জনালে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই। নামচাই চুক্তি অনুসৰি দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই কথাও জনালে মন্ত্ৰী গৰাকীয়ে। আজি অনুষ্ঠিত হোৱা বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मानसिक स्वास्थ्य सप्ताह के तहत जागरुकता गतिविधियां 4 अक्टूबर से हुई शुरू
बालोतरा, 06 अक्टूबर। जिला कार्यक्रम अधिकारी विजय सिंह ने बताया कि चिकित्सा एवं स्वास्थ्य मंत्री...
ન્યુ ગુજરાતી ફિલ્મ "Hey kem chho London " નું ટ્રેલર સામે આવ્યુ.
ન્યુ ગુજરાતી ફિલ્મ "Hey kem chho London " નું ટ્રેલર સામે આવ્યુ.
Jagdeep Dhankhar के खिलाफ क्यों लाया गया अविश्वास प्रस्ताव? Kharge ने प्रेस कॉन्फ्रेंस कर बताया !
Jagdeep Dhankhar के खिलाफ क्यों लाया गया अविश्वास प्रस्ताव? Kharge ने प्रेस कॉन्फ्रेंस कर बताया !
ડેરોલ ગામે જુગાર રમતા છ ઈસમોને કાલોલ પોલીસે મુદ્દામાલ સાથે ઝડપી પાડ્યા
કાલોલના ડેરોલ ગામે ખુલ્લામાં જુગાર રમતા છ જુગારીઓને કાલોલ પોલીસે રેડ કરીને પકડી પાડ્યા
કાલોલ...