এইবাৰ পানীমেটেকাৰে এটি পকীপথৰ গাত মাৰি অসম চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগে ৰাইজৰ দৃষ্টিত হাস্যকৰ কাণ্ড কৰিছ৷উল্লেখ্য যে সানেকুছিৰ পৰা বৰগাছা সংযোগী পথটোৰ নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হবলৈ এটা বছৰ সম্পূৰ্ণ হোৱাই নাই এনেকুৱা সময়তে পথটোৰ মাজতে হোৱা এটি প্ৰকাণ্ড গাটে পথ নিৰ্মানৰ ক্ষেত্ৰত হোৱা অনিয়ম স্পষ্ট হৈ পৰিছে৷মনকৰিবলগীয়া যে বিগত ২০২০ চনত বৰক্ষেত্ৰী সমষ্টিৰ সেইসময়ৰ বিধায়ক নাৰায়ণ ডেকাই বৰগাছাত পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল৷আনহাতে পথটো নিৰ্মাণৰ দায়িত্ব এজন ৰাজনৈতিক আশিষপুষ্ট ঠিকাদাৰক দিয়াৰ বাবে নিৰ্মাণৰ পাৰম্ভিক পৰ্য্যায়ৰ পৰা পথটিত নীতি বহিৰ্ভুত ভাবে কাম কৰাৰ ফলত এনেকুৱা গাতৰ সৃষ্টি হোৱা বুলি ৰাইজে মত পোষণ কৰিছে৷মনকৰিবলগীয়া কথা যে পথটোৰ মাজতে হোৱা প্ৰকাণ্ড গাতটোত কোনো পথচাৰী দুৰ্ঘটনাত পতিত হব পাৰে বুলি লোকনিৰ্মান বিভাগৰ কোনো কৰ্মচাৰী নতুবা সচেতন নাগৰিকে পানীমেটেকাৰে পথচাৰীক সংকেত দিয়া দেখা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত খহি পৰিল তিনি মহলীয়া ঘৰ, ৩ জনৰ মৃত্যু
গাজিয়াবাদত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত তিনি মহলীয়া ঘৰ ভাঙি পৰাত তিনিজন লোক মৃত্যুমুখত...
ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ
ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ।...
A Unique Shiva temple : आश्चर्य! दिवसातून दोनदा समुद्रात गायब होणारं अनोखं शिवमंदिर
भारतामध्ये अनेक प्राचीन आणि चमत्कारी मंदिरं आहेत. जे आपल्या वैशिष्ट्यामुळं जगभरात प्रसिद्ध आहेत....
Mumbai में 26/11 जैसे आतंकी हमले की मिली धमकी, सुरक्षा एजेंसियां Alert
Mumbai में 26/11 जैसे आतंकी हमले की मिली धमकी, सुरक्षा एजेंसियां Alert
Asian Games 2023: Asian Games में भारत का शानदार प्रदर्शन, Shooting में जीता एक और Gold Medal | News
Asian Games 2023: Asian Games में भारत का शानदार प्रदर्शन, Shooting में जीता एक और Gold Medal | News