মুকালমুৱাৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো দৌলাশাল পথৰ বৰলিয়াৰপাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটি আৰোহী এটি কিশোৰ। এখন ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। এখন স্কুটিত বৰপেটা অভিমুখে গৈ আছিল মাতৃ-পুত্ৰ। বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনৰ লগত সংঘটিত হোৱা দূৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটি আৰোহী ৰক্তিম দাস (১২) নামৰ কিশোৰজন। লগতে আহত হয় স্কুটি চালক মাতৃ দময়ন্তি দাস নামৰ মহিলা গৰাকী। মুকালমুৱা চিকিৎসালয়ত দুয়োজনকে ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে পুত্ৰ ৰক্তিম দাসক। গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙালৈ মাতৃ-পুত্ৰ স্কুটিত গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। মৃত কিশোৰজনৰ ঘৰ বৰপেটাৰ ভেল্লাত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত স্কুটি খনৰ নম্বৰ AS 01 DB 6945 আৰু ট্ৰাক খনৰ নম্বৰ AS 01 DD 0468
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India Vs New Zealand में जीत के बाद Kohli Shami पर क्या बोले Pakistan के क्रिकेटर?
India Vs New Zealand में जीत के बाद Kohli Shami पर क्या बोले Pakistan के क्रिकेटर?
G20 Summit में आने वाले मेहमानों के खाने का इंतजाम देख हैरान रह जाएंगे!
G20 Summit में आने वाले मेहमानों के खाने का इंतजाम देख हैरान रह जाएंगे!
દાહોદ : સંજેલી તાલુકાના થાળા સંજેલી ગામે કૂવામાંથી એક વ્યક્તિનો શવ મળ્યો 2022 | Spark Today News
દાહોદ : સંજેલી તાલુકાના થાળા સંજેલી ગામે કૂવામાંથી એક વ્યક્તિનો શવ મળ્યો 2022 | Spark Today News
દેવગઢ બારીયામાં ધામધુમથી ઊજવતો ઉત્સવ એટલે ગણેશ ઉત્સવ
દેવગઢ બારીયામાં ધામધુમથી ઊજવતો ઉત્સવ એટલે ગણેશ ઉત્સવ
શશીધન ડે સ્કૂલમાં ઇન્ટરનેશનલ મેન્સ ડે ની ઉજવણી કરવામાં આવી
શશીધન ડે સ્કુલ માં ઇન્ટરનેશનલ મેન્સ ડે નિમિત્તે ફાધર્સ સ્પોર્ટ્સ ડે નું આયોજન કરવામાં આવ્યું,...