সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক আৰম্ভ। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ বৈঠক। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા માંથી પ્રતિબંધિત સિગારેટ ઝડપાઈ..
ડીસા ફુવારા સર્કલ પાસે આવેલ જલારામ એન્ટરપાઈઝ નામની દુકાનમાં પ્રતિબંધિત સીગરેટનો જથ્થો ઝડપાયો.....
টাই ভাষা শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান পাটসাকোঁ কেন্দ্ৰীয় টাই একাডেমী
টাই ভাষা শিক্ষাৰ জৰিয়তে জাতিটোলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম পুৰণি...
વઢવાણમાં સંતઆશ્રમ અને ભોજનાલયનું ઉદ્ઘાટન:રાજ્યભરમાંથી હરિભક્તો ઉમટી પડ્યા
વઢવાણ સ્વામિનારાયણ મંદિર ખૂબ પ્રાચીન ઇતિહાસ ધરાવે છે.ભગવાન સ્વામિનારાયણની પ્રસાદીનું આ મંદિર...
মৰাণহাটত "কা"বাতিল আৰু জনজাতিকৰণৰ দাবীত "টাইপা"-ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল।
বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা"বাতিল আৰু আহোম জনগোষ্ঠীৰ...
'Pakistan Zindabad' Slogans in Pune : 'त्या' व्हीडिओवरून पुण्यात BJP, MNS ची आंदोलनं
'Pakistan Zindabad' Slogans in Pune : 'त्या' व्हीडिओवरून पुण्यात BJP, MNS ची आंदोलनं