সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক আৰম্ভ। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ বৈঠক। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DON BOSCO COLLAGE SPORTS DAY CELEBRATION
DON BOSCO COLLAGE SPORTS DAY CELEBRATION
પાણી મામલે તાંદલજા વિસ્તાર ના સ્થાનિકો નો રોષ
પાણી મામલે તાંદલજા વિસ્તાર ના સ્થાનિકો નો રોષ
Karni Sena Sukhdev Singh Gogamedi: शपथ ग्रहण से पहले राजपूतों की बड़ी चेतावनी | Video | Jaipur Murder
Karni Sena Sukhdev Singh Gogamedi: शपथ ग्रहण से पहले राजपूतों की बड़ी चेतावनी | Video | Jaipur Murder
Anuj Singhal on Intergloba Aviation: स्टॉक का Momentum Strong, 8% ऊपर ये Stock | CNBC Awaaz
Anuj Singhal on Intergloba Aviation: स्टॉक का Momentum Strong, 8% ऊपर ये Stock | CNBC Awaaz