ধাৰাষাৰ বৰষুণ ফলত পথৰ দুয়ো কাষে বৃহৎ অংশ মাটি খহি ৰেইন ডেনৰ সৃষ্টি হৈছে। মাজুলী গড়মূৰ জেংৰাই পথত এনে অৱস্থা।