চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সঙ্গম স্থলত অবস্থিত সীমামুৰীয়া নগৰ মৰাণৰ অন্যতম অগ্ৰণী অনুষ্ঠান মৰাণহাট প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ কুৰ্মীয়ে ক্লাৱৰ সভাপতি দায়িত্বৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদ্যপদত্যাগী সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে, বিগত সময়ছোৱাত ক্লাৱৰ বিষয়ববীয়াসকলৰ পৰা যেনেধৰণেৰে সহযোগিতা আশা কৰিছিলো সেয়া লাভ কৰা নহ'ল । ক্লাৱৰ একাংশ সদস্যই অতি গোপনে অসাংবিধানিক কাৰ্যত লিপ্ত হোৱাত মৰ্মাহত হৈ ক্লাৱৰ পৰা পদত্যাগ কৰা বুলি লগতে উল্লেখ কৰে কুৰ্মিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আকৌ হব নেকি ২০১৪ চনৰ পুনৰাবৃত্তি ? আতংকত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ তথা চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই আলিমূৰা চেচাপুখুৰী অঞ্চলবাসী ।
এক ভয়ংকৰ বিপদৰ আশংকাত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমূৰা চেচাপুখুৰী গাঁৱবাসীয়ে । প্ৰায়...
The Kerala Story Box Office Day 21: खत्म हुआ द केरल स्टोरी का जादू? बॉक्स ऑफिस पर बिगड़ी अदा की फिल्म की हालत
The Kerala Story Box Office Collection Day 21: द केरल स्टोरी ने अदा शर्मा के करियर को एकदम से...
निसर्गाच्या लहरीपणाचा नांदेडमधील हिमायतनगर तालुक्यातील शेतकऱ्यांना फटका
निसर्गाच्या लहरीपणा
দিচা মৰাণ আৰু দিপাশা মৰাণক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাকুম আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা
মাকুম অঞ্চলৰ হেবাদা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ক্ৰমে দিচা মৰাণ আৰু...
Bengaluru Bikers Join Hands to Raise Awareness About Blood Cancer and Stem Cell Donation
DKMS-BMST organized the “Two Wheels, One Mission” bike ride rally to spread the...