চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সঙ্গম স্থলত অবস্থিত সীমামুৰীয়া নগৰ মৰাণৰ অন্যতম অগ্ৰণী অনুষ্ঠান মৰাণহাট প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ কুৰ্মীয়ে ক্লাৱৰ সভাপতি দায়িত্বৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদ্যপদত্যাগী সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে, বিগত সময়ছোৱাত ক্লাৱৰ বিষয়ববীয়াসকলৰ পৰা যেনেধৰণেৰে সহযোগিতা আশা কৰিছিলো সেয়া লাভ কৰা নহ'ল । ক্লাৱৰ একাংশ সদস্যই অতি গোপনে অসাংবিধানিক কাৰ্যত লিপ্ত হোৱাত মৰ্মাহত হৈ ক্লাৱৰ পৰা পদত্যাগ কৰা বুলি লগতে উল্লেখ কৰে কুৰ্মিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कैसे काम करता है ADAS सिस्टम? सेफ्टी के लिए बेहद कमाल का है ये फीचर
अगर सामने वाली गाड़ी ने इमर्जेंसी ब्रेक मारा है तो आपकी गाड़ी अपने आप ब्रेक अप्लाई कर देगी और जब...
গোগামুখৰ খ্ৰাইকিং স্কুলৰ ছাত্ৰ ছাত্ৰীৰ "হৰ ঘৰ ত্ৰিৰংগ"ৰ সজাগতামূলক প্ৰচাৰ কাৰ্যসূচী ৰূপায়ন।
গোগামুখৰ খ্ৰাইকিং স্কুলৰ ছাত্ৰ ছাত্ৰীৰ "হৰ ঘৰ ত্ৰিৰংগ"ৰ সজাগতামূলক প্ৰচাৰ কাৰ্যসূচী ৰূপায়ন।
શ્રી ૫૧ શક્તિપીઠ પરિક્રમા મહોત્સવ: વિધાનસભા અધ્યક્ષશ્રી શંકરભાઈ ચૌધરીએ કરી 51 શક્તિપીઠની પરિક્રમા
શ્રી ૫૧ શક્તિપીઠ પરિક્રમા મહોત્સવ: વિધાનસભા અધ્યક્ષશ્રી શંકરભાઈ ચૌધરીએ કરી 51 શક્તિપીઠની પરિક્રમા...
राजस्थान में महिला की मौत, रिपोर्ट आई कोरोना पॉजिटिव; गांव में दहशत
महुआ क्षेत्र के पलानहेड़ा गांव में महिला की मौत हो गई. महिला की रिपोर्ट कोरोना पॉजिटिव आई तो...
Gujarat Assembly Election 2022 : કૌશિક વેકરિયાને ટિકિટ મળ્યાનો દાવો
Gujarat Assembly Election 2022 : કૌશિક વેકરિયાને ટિકિટ મળ્યાનો દાવો