শিৱসাগৰ আৰক্ষী আৰু লাহোৱাল আৰক্ষীৰ সহযোগত লাহোৱালৰ বকুল গাঁৱৰ পৰা এগৰাকী কিশোৰী উদ্ধাৰ । এই সন্দৰ্ভত আৰক্ষীয়ে নাজিৰা চাৰিআলিৰ এজন যুৱকক আটক ।