জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা'ৰ বিকৃত উপস্থাপন বন্ধ কৰাৰ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বই। 

স্মাৰক পত্ৰ প্ৰদানৰ বাবে যোৱা অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক নিদিলে জনতা ভৱনত প্ৰৱেশৰ অনুমতি। 

'লভিতা'ৰ বিকৃত উপস্থাপনৰ প্ৰতি সমৰ্থন আছে নেকি বিজেপি চৰকাৰৰ? এই প্ৰশ্ন তৃণমূলৰ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক গেৰুৱাকৰণৰ ষড়যন্ত্ৰৰ অভিযোগ অসম তৃণমূলৰ।