বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান উৎসৱটো হ'ল বৰ্ষাবাস প্ৰবাৰণা তিথি। তিনিমাহ জুৰি বিভিন্ন ৰীতি নীতিৰে শাওণ মাহৰ পুৰ্ণিমাৰ তিথিৰপৰা লক্ষ্মী পুৰ্ণিমালৈকে জীৱন যাপন কৰাৰ অন্তত লক্ষ্মী পুৰ্ণিমাত সামৰণি পৰে বৰ্ষাবাসৰ। উল্লেখ্য যে এই তিনি মাহ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ। এই সময়ছোৱাত তেওঁ লোকে নিজৰ মিতিৰ কুটুম্বৰ ঘৰলৈ অহা যোৱা নকৰে, বিয়া-সকাম আদি নাপাতে।পৰাপক্ষত বৌদ্ধ ধৰ্মৰ মূল নীতিৰ অষ্টশীল ধাৰণ কৰি উপবাসে থাকিবলৈ চেষ্টা কৰে সকলোৱে। এই বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণিত বৌদ্ধ বিহাৰত ভিক্ষুৰপৰা আশীষ লৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে আকাশ বন্তি বৌদ্ধ সকলৰ ভাষাত ফুং-ফাই উৰোৱাই অপায় অমংগল দূৰ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অসমৰ বিভিন্ন প্ৰান্তত থকা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ লগতে চৰাইদেউ জিলাৰ চলাপথাৰ আদি বৌদ্ধ বিহাৰতো দেওবাৰে বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণি মাৰে গাওঁবাসীয়ে। গাওঁবাসীৰ এটাই আশা যাতে এই তিথিয়ে জনসাধাৰণৰ অপায় অমংগল দূৰ কৰি এক শান্তিৰ বাতাবৰণ সমাজত প্ৰতিষ্ঠা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા શહેરમાં ઠેરઠેર પડેલા ખાડાઓને લઈને દિવાળી તહેવારોમાં શહેરજનો સહિત વાહનચાલકો મુશ્કેલીમાં મુકાયાં
ડીસા શહેરમાં ઠેરઠેર પડેલા ખાડાઓને લઈને દિવાળી તહેવારોમાં શહેરજનો સહિત વાહનચાલકો મુશ્કેલીમાં મુકાયાં
ग्राम पंचायत बरहाकला सरपंच उर्मिला जीतेन्द्र सिंह ने पेश की अनोखी पहल
ग्राम पंचायत क्षेत्र की कन्याओं के विवाह में सरपंच द्वारा दी जा रही 21000₹ की नगद राशि
गुनौर : जिले की ग्राम पंचायत बरहाकला जनपद पंचायत गुनौर अपने पंचायत के गांव की...
Get Body Transformation In 30 DAYS ! ( Home Workout )
Get Body Transformation In 30 DAYS ! ( Home Workout )
पीपल के पत्ते पर नवो बाड़मेर का संदेश जिला कलक्टर को भेंट की नवो बाड़मेर लीफ आर्ट की तस्वीर।
बाड़मेर। जिला प्रशासन की ओर से चलाए जा रहे नवो बाड़मेर अभियान मे अधिकाधिक आमजन की भागीदारी का संदेश...