https://youtu.be/nY07ZUNKdZs।  

কোকৰাঝাৰ অক্টোবৰ ৯: কোকৰাঝাৰ চহৰত ৰেলৰ খুন্দাত এগৰাকী ব্যক্তিৰ মৃত্যু। চহৰৰ জেডিৰোড উৰুনীয়া সেতুৰ পশ্চিম দিশৰ ৰেলপথত সংঘটিত হয় এই দুৰ্ঘটনা । মৃত্যু ব্যক্তিগৰাকীক কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰনগৰৰ বিশ্বজিৎ ৰাম(৫০) বুলি চিনাক্ত কৰা হৈছে। ৰবিবাৰ বিয়লী নামনীমুৱা শৰাইঘাট এক্সপ্ৰেছ ৰেলৰ খুন্দাত মৃত্যু হোৱা বুলি সন্দেহ কৰা বিশ্বজিত ৰামৰ মৃতদেহ ৰেলপথৰ দাঁতিৰ হাবিত ছিটিকি পৰে।