পশ্চিম দৰঙৰ দুনীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে উলিওৱা হৈছে বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা ৷
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ তিথিটো উলহমালহেৰে উদ্যাপন কৰা হৈছে
পশ্চিম দৰঙৰ গোৱিন্দ আতা আঞ্চলিক শাখাৰ উদ্যোগত দুনীত আয়োজিত আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা উলিওৱা হয়।ইয়াৰ পিছতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয়।