অৰুণাচল প্ৰদেশৰ লংডিং বজাৰত ব্যৱসায়ীক গুলীয়াই হত্যা। দুৰ্বৃত্তৰ গুলীত নিহত আতাৰ সিং (৭০) নাম ব্যৱসায়ীজন। দেওবাৰে সন্ধিয়া ছয় বজাত সংঘটিত হৈছে এই ঘটনা। নিহত আতাৰ সিং ৰ ঘৰ হাৰিয়ানাৰ দিৱানী জিলাত। প্ৰায় ৪০ বছৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ লংডিঙলৈ আহি ব্যৱসায় আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। লংডিং জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা পোৱা তথ্য অনুসৰি মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই AK47 ৰে গুলীয়াই হত্যা কৰিছে ব্যৱসায়ীজনক। নিহত আতাৰ সিংৰ বুকুত দুই ৰাউণ্ড গুলী লগা বুলি জানিব পৰা গৈছে। আনহাতে এই ঘটনা সংঘটিত কৰি পলায়ন কৰা অচিনাক্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ লংডিং আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা তথ্য লাভ কৰা হৈছে সম্প্ৰতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कन्नड येथे संपाच्या सहाव्या दिवशी जुनी पेन्शन योजनेसाठी राज्यसरकारी कर्मचाऱ्यांचे थाळी नाद आंदोलन
कन्नड- गेल्या सहा दिवसापासून राज्य सरकारी कर्मचारी जुनी पेन्शन योजना लागू करण्याच्या मागणीसाठी...
Exclusive | Dixon Tech ने Noida में शुरू किया नया Mobile Plant, मैनेजमेंट से Plan पर खास बातचीत
Exclusive | Dixon Tech ने Noida में शुरू किया नया Mobile Plant, मैनेजमेंट से Plan पर खास बातचीत
অবৈধ প্ৰেমৰ পৰিণতি গহপুৰত পিতা পুত্ৰক হানি-খুচি হত্যা
অবৈধ প্ৰেমৰ পৰিণতি -গহপুৰত পিতা পুত্ৰক হানি- খুচি হত্যা ::গ্ৰেপ্তাৰ হত্যাকাৰী ::
গহপুৰ ১৯...
ધોરડો ખાતે વ્હાઈટ રણ માં રણોત્સવ-૨૦૨૨ ને વિધાનસભા અધ્યક્ષા ડૉ.નીમાબેન આચાર્યએ ખુલ્લું મૂક્યું
રણઉત્સવનો વિધાનસભા અધ્યક્ષશ્રી ડો. નિમાબેન આચાર્યના હસ્તે સાદગી પૂર્ણ પ્રારંભ
પ્રધાનમંત્રીશ્રીની...