ৰাজ্যৰ চৌদিশে উদযাপন কৰা হয় শ্ৰীশ্ৰী লক্ষ্মী পূজা। টিংখাঙৰো ভিন্ন স্থাপন ৰাজহুৱাকৈ উদযাপন কৰা হয় লক্ষ্মী পূজা। টিংখাঙৰ ৰাজগড়ত দেখা গ'ল লক্ষ্মী পূজাৰ এক ব্যতিক্ৰমী দৃশ্য।যি দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মৃন্ময় মূৰ্তিৰ প্ৰতিমাক পূজা অৰ্চনা নহয় স্বয়ং জীৱন্ত লক্ষ্মীক কৰা হয় পূজা অৰ্চনা। লক্ষ্মীৰ ৰূপত এয়া এগৰাকী জীৱন্ত প্ৰতিমা। ব্ৰহ্মাকুমাৰী ৰাজযোগ শিক্ষা কেন্দ্ৰ, ৰাজগড়ৰ উদ্যোগত জীৱন্ত প্ৰতিমাৰে অনুষ্ঠিত কৰা হয় লক্ষ্মী পূজা। মা লক্ষ্মী মৃণ্ময় মূৰ্তিৰ বিপৰীতে ডিব্ৰুগড় ব্ৰহ্মাকুমাৰী ৰাজযোগ চেন্টাৰত থকা এগৰাকী যুৱতীয়ে মা লক্ষ্মীৰ ৰূপ ধাৰণ কৰি উদযাপন কৰে লক্ষ্মী পূজা । তেওঁলোকৰ দাবী ব্ৰহ্মাকুমাৰী ৰাজযোগৰ জৰিয়তে সমাজত কেনেদৰে শান্তি স্থাপন কৰিব পাৰি আৰু ৰাজযোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে কেনেকৈ একাগ্ৰতাৰে বহি থাকিব পৰা যায় সেয়া উপস্থাপন কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে। ইফালে জীৱন্ত লক্ষ্মী প্ৰতিমা চাবলৈ ৰাইজে ভিৰ কৰা দেখিবলৈ পোৱা যায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Library inaugurated at SDO Civil office Gohpur on 11th August 2022
A library is inaugurated by Civil SDO Dipon Borman at SDO office Gohpur . On the partinent...
Farmer Protest:Shambhu Border पर बुजुर्ग किसान की मौत के बाद BJP पर भड़के Akhilesh Yadav l
Farmer Protest:Shambhu Border पर बुजुर्ग किसान की मौत के बाद BJP पर भड़के Akhilesh Yadav l
CM Kejriwal News: दिल्ली में क्यों अचानक राष्ट्रपति शासन वाली चर्चा, भड़क उठी AAP | Aaj Tak
CM Kejriwal News: दिल्ली में क्यों अचानक राष्ट्रपति शासन वाली चर्चा, भड़क उठी AAP | Aaj Tak
#dahod | મેઘામુવાડી ગામેથી બાતમી આધારે ઇંગ્લીશ દારૂ ઝડપાયો | Divyang News
#dahod | મેઘામુવાડી ગામેથી બાતમી આધારે ઇંગ્લીશ દારૂ ઝડપાયો | Divyang News