ৰাজ্যৰ চৌদিশে উদযাপন কৰা হয় শ্ৰীশ্ৰী লক্ষ্মী পূজা। টিংখাঙৰো ভিন্ন স্থাপন ৰাজহুৱাকৈ উদযাপন কৰা হয় লক্ষ্মী পূজা। টিংখাঙৰ ৰাজগড়ত দেখা গ'ল লক্ষ্মী পূজাৰ এক ব্যতিক্ৰমী দৃশ্য।যি দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মৃন্ময় মূৰ্তিৰ প্ৰতিমাক পূজা অৰ্চনা নহয় স্বয়ং জীৱন্ত লক্ষ্মীক কৰা হয় পূজা অৰ্চনা। লক্ষ্মীৰ ৰূপত এয়া এগৰাকী জীৱন্ত প্ৰতিমা। ব্ৰহ্মাকুমাৰী ৰাজযোগ শিক্ষা কেন্দ্ৰ, ৰাজগড়ৰ উদ্যোগত জীৱন্ত প্ৰতিমাৰে অনুষ্ঠিত কৰা হয় লক্ষ্মী পূজা। মা লক্ষ্মী মৃণ্ময় মূৰ্তিৰ বিপৰীতে ডিব্ৰুগড় ব্ৰহ্মাকুমাৰী ৰাজযোগ চেন্টাৰত থকা এগৰাকী যুৱতীয়ে মা লক্ষ্মীৰ ৰূপ ধাৰণ কৰি উদযাপন কৰে লক্ষ্মী পূজা । তেওঁলোকৰ দাবী ব্ৰহ্মাকুমাৰী ৰাজযোগৰ জৰিয়তে সমাজত কেনেদৰে শান্তি স্থাপন কৰিব পাৰি আৰু ৰাজযোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে কেনেকৈ একাগ্ৰতাৰে বহি থাকিব পৰা যায় সেয়া উপস্থাপন কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে। ইফালে জীৱন্ত লক্ষ্মী প্ৰতিমা চাবলৈ ৰাইজে ভিৰ কৰা দেখিবলৈ পোৱা যায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાવરકુંડલા વિધાનસભા કારોબારી સંયુક્ત મીટીંગ યોજાઈ કોંગ્રેસ અગ્રણી જોડાયા ભાજપમાં
આજરોજ 97 સાવરકુંડલા વિધાનસભા ની સંયુક્ત કારોબારી 2023 ની મીટીંગ અંતર્ગત સાવરકુંડલા લોહાણા...
श्रावणी तीज मेला महोत्सव प्रसिद्ध कवियों ने बांधा समा
श्रावणी तीज मेला महोत्सव आयोजन समिति की ओर से मंगलवार को कवि सम्मेलन आयोजित किया गया। अतिथि वेस्ट...
दमदार कैमरा क्वालिटी के साथ लॉन्च हुआ iPhone 15 Pro और iPhone 15 Pro Max, जानें कीमत और खूबियां
iPhone 15 Pro and iPhone 15 Pro Max Launched iPhone 15 Pro को नए टाइटेनियम डिजाइन के साथ लॉन्च...
मेटल डिजाइन और AMOLED डिस्प्ले के साथ Amazfit Pop 3S स्मार्टवॉच लॉन्च,सिंगल चार्ज पर चलेगी 12 दिन
Amazfit Pop 3S Smartwatch Launched Amazfit Pop 3S के सिलिकॉन स्ट्रैप वाले वेरिएंट की कीमत 3499...