উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বিশেষ কাৰ্যসূচী হিচাপে কালি 'NEP 2020- Roadmap in enriching the teaching learning process with online resources' বিষয়ৰ ওপৰত এখনি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অস্থায়ী প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° বীৰেন্দাৰ পালে। স্মৰ্তব্য যে গ্ৰন্থাগাৰিক গৰাকীয়ে সমগ্র অসমজুৰি বিভিন্ন শিক্ষানুষ্ঠানত গ্ৰন্থাগাৰ, গ্ৰন্থ, ই-ৰিচ'ৰচেজ আদিৰ সজাগতা সৃষ্টিত কাম কৰি অহাৰ উপৰি গৱেষণা ক্ষেত্ৰটো যথেষ্ট অৰিহণা আগবঢ়াইছে। অন্যহাতে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ অন্তৰ্গত ICT ৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট কাম কৰি আহিছে। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ সমূহ শিক্ষক- কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হিংৰিজানত তৃতীয় বাৰ্ষিক সাৰ্বজনীন দুৰ্গা পূজা আয়োজন, ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু উদযাপন সমিতি
হিংৰিজানত তৃতীয় বাৰ্ষিক সাৰ্বজনীন দুৰ্গা পূজা আয়োজন, ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু উদযাপন সমিতি...
Breaking News: Uddhav गुट के नेता और विधायक Ravindra Vaykar से जुड़े 7 ठिकानों पर ED की छापेमारी
Breaking News: Uddhav गुट के नेता और विधायक Ravindra Vaykar से जुड़े 7 ठिकानों पर ED की छापेमारी
સુરત શહેરના પુણાગામ વિસ્તારમાં કરાયેલ હત્યાના મામલે પોલીસ અધિકારીએ આપી મીડિયા સમક્ષ માહિતી.
સુરત શહેરના પુણાગામ વિસ્તારમાં કરાયેલ હત્યાના મામલે પોલીસ અધિકારીએ આપી મીડિયા સમક્ષ માહિતી.
52 गावों की बिजली आपूर्ति हो सकती हैं बाधित
जनपद आजमगढ़ में,52गावों की बिजली आपूर्ति हो सकती है बाधित। मालूम होकि जनपद आजमगढ़ में, विद्युत...
Senthil Kumar Controversial Comment: 'किसी की भावनाएं आहत हुई..', पहले किया हिंदी पट्टी राज्य का अपमान, फिर DMK सांसद ने मांगी माफी
नई दिल्ली। Senthil Kumar controversial comment। संसद के शीतकालीन सत्र में डीएमके नेता...