কাজিৰঙাৰ ৰাজপথত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি অভিযান বনকৰ্মীৰ। হাতীৰ সহায়ত ঘন জংঘলত পুৱাৰ পৰা অভিযান চলাইছে কহঁৰা বনাঞ্চলৰ বনকৰ্মীয়ে। উল্লেখ্যে যে শনিবাৰে দিনৰ ভাগত কাজিৰঙাৰ হালধীবাৰী এনিমেল কৰিডৰত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এটা গঁড়। গুৱাহাটী অভিমুখি WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথলৈ ওলাই অহা গঁড়টোক খুন্দিয়াই পলায়ন কৰে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু বন বিভাগে জব্দ কৰি ৯ হাজাৰ টকা জৰিমণা বিহে ট্ৰাকখনক। বৰ্তমানেও গঁড়টোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: आखिरी चरण का चुनाव, पक्ष-विपक्ष में आरक्षण पर तनाव | Aaj Tak
Lok Sabha Election 2024: आखिरी चरण का चुनाव, पक्ष-विपक्ष में आरक्षण पर तनाव | Aaj Tak
ગોપાલ ઇટાલિયાનાં પાટીદાર કાર્ડ પર રૂપાલાનાં પ્રહાર@Sandesh News
ગોપાલ ઇટાલિયાનાં પાટીદાર કાર્ડ પર રૂપાલાનાં પ્રહાર@Sandesh News
ফুচকাৰ নামত কি খায় আপুনি? ফুচকা খাবলৈ গৈ হতবাক গ্ৰাহক! নাক কোচাই কেমেৰাত বন্দী কৰিলে এই দৃশ্য
ফুচকাৰ নামত কি খায় আপুনি? ফুচকা খাবলৈ গৈ হতবাক গ্ৰাহক! নাক কোচাই কেমেৰাত বন্দী কৰিলে এই দৃশ্য
सोलापूर जिल्ह्यातील ९५२ ग्रामपंचायतीचे अभिलेख वर्गीकरण
सोलापूर -जिल्ह्यातील ९५२ ग्रामपंचायतीनी अभिलेख वर्गीकरण करणेत आले असल्याची माहिती उप मुख्य...