পুনিয়া ইণ্ডিয়ান অইল তেল দিপুয়ে তেল কম দিয়াৰ অভিযোগ ভুক্তভোগীৰ ৷যিটো সময়ত পেট্ৰল ডিজেলৰ দামে সৰ্বসাধাৰণক ত্ৰাহিমধুসূদন সুমৰাইছে তেনে সময়তে মঙলদৈ পুনীয়া স্থিত “ইণ্ডিয়ান অয়ল” তেল ডিপুট গ্ৰাহকক ঠগি কমকৈ তেল দিয়ে ডিপুৰ কৰ্মচাৰীয়ে ৷শনিবাৰে আবেলি এজন যুৱকে বাইকত তেল ভৰাই সন্দেহবসত বাইকৰ পৰা তেলখিনি বটলট উলিযাই দেখিলে যে যিমান পৰিমানৰ তেল ভৰাইছিল সেই পৰিমানৰ তেল নাই ৷শভুক্তভোগী যুৱকজনে ডিপুটিৰ মালিক পক্ষক অৱগত কৰি সমগ্ৰ পৰিবেশটো চচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰে ৷এতিয়া কথা হ’ল কিমান দিনৰ পৰা সৰ্বসাধাৰণক ঠগি আছে এই ইণ্ডিয়ান অয়ল ডিপুৰ কৰ্তৃপক্ষই ৷দিপুৰ স্বত্বাধিকাৰী দুলাল হিৰাই এই লৈ কৰ্মচাৰী জনক চেন্ডেল উঠাই মাৰ পিত কৰা দেখা গৈছে। স্বত্বাধিকাৰীৰ মতে কৰ্মচাৰীয়ে এই কাম তেখেতৰ অজ্ঞাতে কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रामेश्वर लाल होंगे सिरोही एसीबी के एएसपी
रामेश्वर लाल होंगे सिरोही एसीबी के एएसपी रेवदर सिरोही - मंगलवार को जारी आदेश मे जालोर पुलिस मे...
पैठण तालुक्यातात रक्षाबंधन मोठ्या उत्साहामध्ये साजरा.
पैठण तालुक्यातात रक्षाबंधन मोठ्या उत्साहामध्ये साजरा.
औरंगाबाद(विजय...
কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰী যোগেন মহন, পঢ়ালে ABCD, ছাত্ৰৰ হাতত তুলি দিলে জাতীয় পতাকা
ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন নিজ সমষ্টিৰ খুমটাই গাওঁপঞ্চায়তৰ...
Morbi BJP MLA Kanti Amrutiya to contest Gujarat Elections 2022 for the seventh time |TV9GujaratiNews
Morbi BJP MLA Kanti Amrutiya to contest Gujarat Elections 2022 for the seventh time |TV9GujaratiNews
राजस्थान ग्रामीण आजीविका विकास परिषद की सैकड़ों महिलाओं ने किया कलेक्ट्रेट पर प्रदर्शन
राजस्थान ग्रामीण आजीविका विकास परिषद
की सैकड़ों महिलाओं ने किया कलेक्ट्रेट पर प्रदर्शन
ग्रामीण...