আৰম্ভ হল আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালৰ সোণালী জয়ন্তী মহোৎসৱ l আৰম্ভ হল তিনি দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালৰ সোণালী জয়ন্তী মহোৎসৱ l পোৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনৰ পিচতেই গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা সকলৰ দ্বাৰা এক সমবেত সংগীতৰ পিচতেই আৰম্ভ হয় সভাৰ কাৰ্য্যসূচী l মহাবিদ্যাল খনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বিভিন্ন স্থানৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে ভিৰ কৰা দেখা যায় আজি মহাবিদ্যালয় খনত
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এফালে যদি স্মাৰ্ট আৰক্ষী আনফালে স্মাৰ্ট চোৰ
এফালে যদি স্মাৰ্ট আৰক্ষী আনফালে স্মাৰ্ট চোৰ
Harsh Varrdhan Kapoor reacts as Twitter user calls Abhinav Bindra biopic 'unrealistic': ‘Won’t be like Bollywood…
Actor Harsh Varrdhan Kapoor has reacted to a Twitter user who asked him why he was part...
हत्ता नाईक गो शाळेजवळ अपघात,कारच्या धडकेत२ गाई जखमी
हत्ता नाईक गो शाळेजवळ अपघात,कारच्या धडकेत२ गाई जखमी
Arvind Kejriwal Bail News: केजरीवाल को Supreme Court से मिली बड़ी राहत, लेकिन जेल से नहीं होंगे रिहा
Arvind Kejriwal Bail News: केजरीवाल को Supreme Court से मिली बड़ी राहत, लेकिन जेल से नहीं होंगे रिहा
*ગુજરાતી ફિલ્મોમાં નવી હોરર કોમેડી ફિલ્મ લઈ ને આવી રહ્યા છે કલાકાર - લેખક ફેનિલ દવે.*
*ગુજરાતી ફિલ્મોમાં નવી હોરર કોમેડી ફિલ્મ લઈ ને આવી રહ્યા છે કલાકાર - લેખક ફેનિલ દવે.*
...