নাজিৰা ৰাজহ চক্ৰৰ উদ্যোগত তথা নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত আজি এক সজাগতামূলক বাইক ৰেলী আয়োজন কৰা হয়।

নাজিৰা মহকুমাৰ বালিঘাট, মেকিপুৰ, মাদুৰি চাৰিআলি, জয়াবাগান এলেকা পৰিভ্ৰমণ কৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাঙ্গনত এই বাইক ৰেলী সমাপ্ত কৰা হয়।