কোকৰাঝাৰ অক্টোবৰ ৮: অহা ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰী পৰা কোকৰাঝাৰৰ পাটগাঁওত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক অধিবেশন। কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অধিবেশনৰ বিষয়ে আলোচনাৰ বাবে আজি কোকৰাঝাৰ আৰ এন বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা। অধিবেশনখন সাফল্য মণ্ডিত কৰিবলৈ কোকৰাঝাৰবাসী সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায় বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নগালেণ্ডৰ মন জিলাত সেনা-NSCNৰ সংঘৰ্ষ
নগালেণ্ডৰ মন জিলাত এনএছচিএন আৰু আছাম ৰাইফলছৰ মাজত সংঘৰ্ষ
পাহাৰীয়া ৰাজ্য খনৰ মন জিলাৰ...
पोपटाला वाचवण्यासाठी चक्क कुत्राच भिडला; सापाला पाहा व्हिडिओ... | Dog Video Viral | Hpn Marathi News
पोपटाला वाचवण्यासाठी चक्क कुत्राच भिडला; सापाला पाहा व्हिडिओ... | Dog Video Viral | Hpn Marathi News
সদৌ অসম ছাত্ৰ সন্থাৰ আজিৰ কাৰ্যনিৰ্বাহক সভাই সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা অভিৱৰ্তন গোস্বামী ডাঙীয়াৰক সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে ।
সদৌ অসম ছাত্ৰ সন্থাৰ আজিৰ কাৰ্যনিৰ্বাহক সভাই সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা...
BJP 1st Candidate List : आज आ सकती है बीजेपी के उम्मीदवारों की पहली लिस्ट | Lok Sabha Election 2024
BJP 1st Candidate List : आज आ सकती है बीजेपी के उम्मीदवारों की पहली लिस्ट | Lok Sabha Election 2024
મહંત શ્રી કે.ડી આદર્શ હાઇસ્કુલમાં નવરાત્રી મહોત્સવ-2023 ની ઉજવણી.
આજરોજ તારીખ 21.10.2023 ના રોજ મહંતશ્રી કે.ડી આદર્શ હાઇસ્કુલમાં નવરાત્રી મહોત્સવ- 2023 ની ઉજવણી...