কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অসম পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং পি ডি এছ চাউল। চোৰাং চাউলৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক চালক গকুল উৰ্ফে মোনা দে। আটকাধীন চালক মোনা দে পশ্চিম বংগৰ বাৰভিছাৰ বুলি জানিব পৰা গৈছে। ডব্লিউ বি ৬৯এ-৫৭৩৩ নম্বৰৰ মালবাহী ট্ৰাকখন কোকৰাঝাৰ জিলাৰ বগৰীবাৰী পৰা বাৰভিছালৈ গৈ আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નગરપાલિકા દ્વારા અનાવરણ વીધીના કાર્યક્રમનુ આયોજન
#buletinindia #gujarat ##surendranagar
শিৱসাগৰ নগৰত বীৰ লাচিত সেনাৰ নেতা শৃঙ্খল চলিহাৰ হুংকাৰ প্ৰয়োজনত জেললৈ যাম নকৰো স্বাক্ষৰ।
শিৱসাগৰত বীৰ লাচিত সেনাৰ হুংকাৰ প্ৰয়োজনত জেললৈ যাম নকৰো স্বাক্ষৰ। সোমবাৰে বীৰ লাচিত সেনাৰ...
AAP અમદાવાદ પ્રમુખ જે જે મેવાડા પર 300 કરોડના ભ્રષ્ટાચારનો આરોપ
AAP અમદાવાદ પ્રમુખ જે જે મેવાડા પર 300 કરોડના ભ્રષ્ટાચારનો આરોપ
BSF દ્વારા વિવિધ સ્થળોએ વિશ્વ યોગ દિવસની ગૌરવભેર ઉજવણી કરાઇ..
BSF દ્વારા વિવિધ સ્થળોએ વિશ્વ યોગ દિવસની ગૌરવભેર ઉજવણી કરાઇ..
थाना पवई से पिछले 02 दिन में अवैध मादक पदार्थ गांजा के विरुद्ध लगातार दो कार्यवाही पन्ना पुलिस द्वारा उड़ीसा राज्य से अवैध मादक पदार्थ (गाँजा) की तस्करी कर पन्ना लाने वाले आरोपियों पर लगातार की जा रही प्रभावी कार्यवाही।
पवई थाना क्षेत्र में बिक्री हेतु मादक पदार्थ (गाँजा) लिये पाये जाने वाले 03 आरोपियों को...