শিৱসাগৰত বীৰ লাচিত সেনাৰ হুংকাৰ প্ৰয়োজনত জেললৈ যাম নকৰো স্বাক্ষৰ। সোমবাৰে বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃঙ্খল চলিহাই বণ্ড চাইনৰ সন্দৰ্ভত কৰে গুৰুত্ব পূৰ্ণ মন্তব্য। প্ৰশাসনে জাৰি কৰা চমনৰ ওপৰত শৃঙ্খল চলিহাই কৰিছে বক্তব্য ৰাখে যে প্ৰয়োজন হ'লে জেললৈ যাম তথাপিও বণ্ড চাইন নকৰো। আমি খিলঞ্জীয়াৰ আধিপত্যৰ কথা কৈছো, কোনো হিন্দু, মুছলমানৰ কথা নহয়। সকলো বাংলাদেশী যাব লাগিব।উল্লেখনীয় যে প্ৰশাসনে জাতীয় সংগঠনৰ নেতালৈ বণ্ড চাইনৰ বাবে চমন জাৰি কৰাৰ পাছতেই বহুকেইগৰাকী সংগঠনৰ নেতাই স্বাক্ষৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনা মহকুমাৰ প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৭৬তম স্বাধীনতা দিৱস
ঢকুৱাখনা মহকুমাৰ প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৭৬তম স্বাধীনতা দিৱসৰ পতাকা...
સલાયા પોલીસ દ્વારા ફૂટ પેટ્રોલિંગ
સલાયા પોલીસ દ્વારા ફૂટ પેટ્રોલિંગ
ৰহাত নিৰ্মান হব বীৰ বাহু কৈৱৰ্তৰ প্ৰতিমূৰ্তি।বিধায়ক শশীকান্ত দাসে স্থাপন কৰে আধাৰশিলা।
বৰ্ষ ১৮৬১ৰ ১৮অক্টোবৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাৰ বীৰ যুদ্ধা বীৰ বাহু...
Dr. Sunitha Rana Agarwal tells about the "Age Related Cerebral Atrophy".
January 17, 2024
Today Dr. Agarwal Hospitals Gene Research Foundation's Medical Director Dr....