নাৰায়নপুৰৰ বুঢ়া বুঢ়ী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন শিক্ষক, ক্ৰমে অধ্যক্ষ শ্ৰীযুত অচ্যুত শইকীয়া আৰু সুৰেন গগৈয়ে সুদীৰ্ঘ দিন চাকৰি কৰি আজি চাকৰি জীৱনৰ পৰা অৱসৰ লয়। এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি দুয়োগৰাকী শিক্ষকক বিদায় দিয়ে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে গায়ন বায়নেৰে দুগৰাকী শিক্ষকক আদৰি আনে বিদ্যালয়লৈ। দুয়োগৰাকী শিক্ষকৰ বিদায়ক্ষনত বিদায় দিবলৈ বিদ্যালয়ত উপস্থিত হৈছে অন্বলটোৰ যথেষ্ট সংখ্যক ব্যক্তি। বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা অচ্যুত শইকীয়া আছিল দ্ধিতীয়জন প্ৰধান শিক্ষক। তেখেত ১৯৮২ চনত শিক্ষকতাত যোগদান কৰি ২০১৪ চনত প্ৰধান শিক্ষক হিছাপে নিযুক্তি লাভ কৰে। এইদৰেই বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী , আৰু গাওবাসীৰ পৰা বিদায় লয় এই দুগৰাকী শিক্ষকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરાની મધુસુદન વીલા સોસાયટીની ઘટના,રહેણાંક મકાનમાં ગેસ સીલેન્ડર ફાટતાં બે લોકોને ગંભીર ઈજા #enews
ધાનેરાની મધુસુદન વીલા સોસાયટીની ઘટના,રહેણાંક મકાનમાં ગેસ સીલેન્ડર ફાટતાં બે લોકોને ગંભીર ઈજા #enews
ড্ৰাগছ সৰবৰাহকাৰী মাতৃ পুত্ৰক আটক
মাতৃ পুত্ৰই বৰবিহ ড্ৰাগছ সৰবৰাহৰ নোহোৱা নোপোজা ঘটনা । তাকো পুত্ৰক ড্ৰাগছ সৰবৰাহত জড়িত কৰিছে...
खुद से UAN activate कैसे करें I UAN activation process
खुद से UAN activate कैसे करें I UAN activation process
'UPA शासन के दौरान भ्रष्टाचारियों को मिली अधिक सजा', PM मोदी के बयान पर कपिल सिब्बल ने किया पलटवार
राज्यसभा सांसद कपिल सिब्बल ने पीएम मोदी के ''कोई भी भ्रष्टाचारी बचना नहीं चाहिए'' वाले बयान पर...
‘2022 का वीडियो….’ UP के बाराबंकी से BJP सांसद Upendra Singh Rawat Viral Videos पर क्या बोले?
‘2022 का वीडियो….’ UP के बाराबंकी से BJP सांसद Upendra Singh Rawat Viral...