নাৰায়নপুৰৰ বুঢ়া বুঢ়ী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন শিক্ষক, ক্ৰমে অধ্যক্ষ শ্ৰীযুত অচ্যুত শইকীয়া আৰু সুৰেন গগৈয়ে সুদীৰ্ঘ দিন চাকৰি কৰি আজি চাকৰি জীৱনৰ পৰা অৱসৰ লয়। এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি দুয়োগৰাকী শিক্ষকক বিদায় দিয়ে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে গায়ন বায়নেৰে দুগৰাকী শিক্ষকক আদৰি আনে বিদ্যালয়লৈ। দুয়োগৰাকী শিক্ষকৰ বিদায়ক্ষনত বিদায় দিবলৈ বিদ্যালয়ত উপস্থিত হৈছে অন্বলটোৰ যথেষ্ট সংখ্যক ব্যক্তি। বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা অচ্যুত শইকীয়া আছিল দ্ধিতীয়জন প্ৰধান শিক্ষক। তেখেত ১৯৮২ চনত শিক্ষকতাত যোগদান কৰি ২০১৪ চনত প্ৰধান শিক্ষক হিছাপে নিযুক্তি লাভ কৰে। এইদৰেই বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী , আৰু গাওবাসীৰ পৰা বিদায় লয় এই দুগৰাকী শিক্ষকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीड मधील जुना बाजार भागातील पी एफ आय चे कार्यालय प्रशासनाने केले सील@india report
बीड मधील जुना बाजार भागातील पी एफ आय चे कार्यालय प्रशासनाने केले सील@india report
ડીસા થરાદ હાઇવે પર અજાણ્યા વાહનની ટક્કરે યુવકનું મોત
#buletinindia #gujarat #deesa
उस्मानाबाद - उद्धव ठाकरे यांना पाठिंबा देण्यासाठी कळंब मध्ये मशाल बाईक रॅली
उस्मानाबाद - उद्धव ठाकरे यांना पाठिंबा देण्यासाठी कळंब मध्ये मशाल बाईक रॅली
પ્રતિબંધ: ભારતના ટોચના ડિસ્કસ થ્રોઅર નવજીત ધિલ્લોન પર ત્રણ વર્ષનો પ્રતિબંધ, ડોપ ટેસ્ટમાં આ સ્ટીરોઈડ મળી આવ્યું
ભારતના ટોચના ડિસ્કસ થ્રોર નવજીત ધિલ્લોન પર ડોપ ટેસ્ટમાં નિષ્ફળ જતાં ત્રણ વર્ષનો પ્રતિબંધ...
'Muzaffarnagar दंगों के दौरान Akhilesh Yadav सैफई में जश्न मना रहे थे..' - Asaduddin Owaisi | AajTak
'Muzaffarnagar दंगों के दौरान Akhilesh Yadav सैफई में जश्न मना रहे थे..' - Asaduddin Owaisi | AajTak