সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি বিশেষ গাঁওসভা অনুষ্ঠিত হয়। ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ লগতে পঞ্চায়ত খনৰ সচিব তথা বহুকেইগৰাকী চৰকাৰী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত গাওঁ সভাখনত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ সন্দৰ্ভত আলোচনা কৰা হয়। নিমন্ত্ৰিত অতিথি সকলে স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰা লগতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ সকলোকে অনুৰোধ জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शरद पवार का चुनावी राजनीति से संन्यास का संकेत:बोले- कहीं तो रुकना पड़ेगा; अब चुनाव नहीं लडूंगा,
महाराष्ट्र में विधानसभा चुनाव से पहले NCP के संस्थापक शरद पवार ने चुनावी राजनीति से संन्यास के...
बदलापुरात तृतीयपंथीयांचा रौप्य महोत्सवी गणेशोत्सव... #ganpati #ganpatibappamorya
बदलापुरात तृतीयपंथीयांचा रौप्य महोत्सवी गणेशोत्सव... #ganpati #ganpatibappamorya
মৰাণ চহৰৰ মাজমজিয়াত টেলাৰ আৰু আল্ট্ৰা বাছৰ মুখামুখী সংঘৰ্ষ, ১০ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত
মৰাণ চহৰৰ মাজমজিয়াত টেলাৰ আৰু আল্ট্ৰা বাছৰ মুখামুখী সংঘৰ্ষ, ১০ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত
સંજેલી ખાતે આમ આદમી પાર્ટીના ધારાસભ્યની જાહેર જનસભા યોજાઈ
સંજેલી ખાતે આમ આદમી પાર્ટીના ધારાસભ્યની જાહેર જનસભા યોજાઈ
रात भर कबाड़ी मोहल्ले में सर्चिंग करते रहे पुलिस बल के साथ डीएसपी
*स्मार्ट पुलिसिंग अपराध होने से पहले रोकने के लिए पुलिस ने गुंडों व निगरानी बदमाशों पर पुलिस...