বিশ্বনাথ জিলা গহপুৰ মহকুমা ITDP বৰ্ডৰ পৰা কৃষক সকলে কৃষি কাৰ্যৰ জৰিয়তে স্বাভলম্ভী হ'বৰ বাবে প্ৰাৰম্ভিক পৰ্য্যায়ত আজি প্ৰথমে ৭ জন কৃষক Powe tiler বিতৰণ কৰে ITDP বৰ্ডৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত খগেন পেগু ডাঙৰীয়াই।আজিৰ সেই গুৰুত্বপূৰ্ণ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া, মহকুমা মহকুমাধিপতি শ্ৰীযুত দিপন বৰ্মন ডাঙৰীয়া, মহকুমা কল্যাণ বিষয়া শ্ৰীযুত নমিতা বৰা ডেকা ডাঙৰীয়ানী, গহপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ পাঁচটা মণ্ডলৰ সন্মানীয় সভাপতি সকল, OBC DEVLOPMENT BORD ৰ অধ্যক্ষ শ্ৰীযুত নোমল বৰুৱা ডাঙৰীয়া, ST welfare board অধ্যক্ষ শ্ৰীযুত অনিল বসুমতাৰী ডাঙৰীয়া,লোহিতমূখ জিলা পৰিষদৰ সদস্য লক্ষ্যনাথ মিলি ডাঙৰীয়া,MAC GM ৰেখা পেগু কুটুম ডাঙৰীয়ানী, পৌৰসভাৰ সদস্য সদস্যা সকল, ITDP ৰ সদস্য সদস্যা সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘What Mir Jafar did…’: Sambit Patra attacks Rahul Gandhi over UK speech
The Bharatiya Janata Party on Tuesday upped its ante against Congress leader Rahul Gandhi over...
बाउंसर लेकर लड़ने-झगड़ने पहुंच गई थीं,गालीबाज श्रीकांत त्यागी की पत्नी
उत्तर प्रदेश के नोएडा की ओमैक्स ग्रांड सोसायटी में महिला से गाली-गलौज और बदतमीजी के मामले में...
ધ્રાંગધ્રામાં હત્યાના બનાવના પગલે ૨૪ કલાક વિતી ગયા હોવા છતાં લાશ સ્વીકારવાનો ઇન્કાર
ધ્રાંગધ્રામાં હત્યાના બનાવના પગલે ૨૪ કલાક વિતી ગયા હોવા છતાં લાશ સ્વીકારવાનો ઇન્કાર
ક્યાં નેતાના હસ્તે ગણેશજીની મૂર્તિનું વિતરણ કરાયુ?
#buletinindia #gujarat
Karnataka Next New CM: सिद्धारमैया बनेंगे कर्नाटक के नए सीएम-सूत्र | Siddaramaiah | R Bharat
Karnataka Next New CM: सिद्धारमैया बनेंगे कर्नाटक के नए सीएम-सूत्र | Siddaramaiah | R Bharat