খাৰুপেটীয়াত বনৰীয়া গাহৰিৰ সন্ত্ৰাস। খাৰুপেটীয়াৰ ইছলামপুৰ, কেওৱাটচঙৱা,আটাকাটা গাওঁত সন্ত্ৰাস চলাইছিল ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বনৰীয়া গাহৰিটোৱে। গাহৰিটোৰ আক্ৰমণত মহিলাসহ ১০ জন আহত হৈছে। আহতসকল ক্ৰমে খাৰুপেটীয়াৰ কেওটচূবা,ওজাগাৱৰ খাইৰুল ইছলাম,আবিৰন নেছা,স্বাহীদা খাতুন,মোজাম্মিল হক,নৌসাদ আলী,আবুল হুছেইন আৰু বহুতো। গুৰুতৰভাবে আহত কেইজনমানক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলিত বন বিষয়া আৰু আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত বহু সময়ৰ প্ৰচেষ্টাত সন্ত্ৰাসৰ সৃষ্টি কৰা গাহৰিটোক ধৰি নিয়াৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলকেইটাৰ ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જનતા અરવિંદ કેજરીવાલજીને પ્રેમ કરી રહી છે, એ જોતા ભાજપના પેટમાં તેલ રેડાયું છે: ગોપાલ ઈટાલિયા
જનતા અરવિંદ કેજરીવાલજીને પ્રેમ કરી રહી છે, એ જોતા ભાજપના પેટમાં તેલ રેડાયું છે: ગોપાલ ઈટાલિયા
#GirSomanath | ગીર સોમનાથના દરિયા કાંઠેથી ઝડપાયો ચરસનો જથ્થો | Divyang News
#GirSomanath | ગીર સોમનાથના દરિયા કાંઠેથી ઝડપાયો ચરસનો જથ્થો
હિરાકોટ બંદર નજીકના સમુદ્ર...
राजस्थान अंतर्राष्ट्रीय फिल्म फेस्टिवल (रिफ) का 10 वां संस्करण 27 से जयपुर में
रिफ पेनोरमा में चयनित हुई 25 फिल्म्स रूमा देवी द क्रुसेडर व उस्ताद अनवर खान की डाक्यूमेंट्री का...
Diwali के बाद कैसा है Delhi का हाल देखिए Ground Report | Delhi Pollution | Aaj Tak News
Diwali के बाद कैसा है Delhi का हाल देखिए Ground Report | Delhi Pollution | Aaj Tak News