লখিমপুৰৰ সংবাদ জগতৰ উজ্জ্বল নক্ষত্র পথালিপাহাৰৰ ৰাজু বৰা। দীৰ্ঘদিন ধৰি সংবাদ জগতৰ লগত জড়িত ৰাজু বৰা সমগ্ৰ অসমৰে এখন চিনাকী মুখ। বৰ্তমান ৰাজু বৰা ঈশান নিউজৰ লগত জড়িত। আপোচবিহীনভাৱে সংবাদ সেৱা আগবঢ়াই অহা ৰাজু বৰা JAFA (Journalist association for Assam)Achiver award ৰ ২০২২ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতাৰ বাবে নিৰ্বাচিত হৈছে। ৰাজু বৰা গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতেই তেওঁৰ শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મીંઢોળ ગામે તળાવમાં ઝાડ ઉપર ફસાયેલાં કપિરાજોનું રેસ્ક્યુ કરવામાં આવ્યું
મીંઢોળ ગામે તળાવમાં ઝાડ ઉપર ફસાયેલાં કપિરાજોનું રેસ્ક્યુ કરવામાં આવ્યું
কেইবাটাও ব্ৰহ্মপুত্ৰৰ বলিয়াবানে নষ্ট কৰিছে ভূৰাগাঁও অঞ্চলৰ শ,শ বিঘা বিভিন্ন শস্যৰ খেতি পথাৰ।
কেইবাটাও ব্ৰহ্মপুত্ৰৰ বলিয়াবানে নষ্ট কৰিছে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল ভূৰাগাঁও অঞ্চলৰ শ,শ...
આજરોજ આમ આદમી પાર્ટી દ્વારા ડીસા લાઇન્સ હોલ ખાતે આમ આદમી પાર્ટીની હોસ્પિટલ સ્ટાફ સાથે બેઠક યોજાઈ...
આજરોજ આમ આદમી પાર્ટી દ્વારા ડીસા લાઇન્સ હોલ ખાતે આમ આદમી પાર્ટીની હોસ્પિટલ સ્ટાફ સાથે બેઠક યોજાઈ...
પોલીસ 108 ટીમ ઘટના સ્થળે,તળાજા વાય.જેજે દોશી કોલેજ ખાતે કેવો કાર્યક્રમ યોજાયો?જુઓ
પોલીસ 108 ટીમ ઘટના સ્થળે,તળાજા વાય.જેજે દોશી કોલેજ ખાતે કેવો કાર્યક્રમ યોજાયો?જુઓ
মৰাণহাটত ছটচণ্ডী মহাযজ্ঞৰ আয়োজন । শ্ৰী শ্ৰী সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ উদ্যোগত অহা ১৭ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে অনুষ্ঠিত হব এই মহাযজ্ঞ ।
শ্ৰী সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ উদ্যোগত অহা ১৭ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে অনুষ্ঠিত হব...