মৰাণত ২০০৯ চনত প্ৰয়া জয়ন্ত দেউৰীয়ে প্ৰতিষ্ঠা ওলহ-মালহৰে উদ্যাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্য্যসূচী আৰম্ভ কৰাহয়। তাৰপিছত ভিগেনৰ সদস্য সকলে অতি সুন্দৰ ভাৱে দিহানাম পৰিবেশন কৰে। ইয়াৰ পিছত প্ৰসাদ বিতৰন কৰা হয় তাৰপিছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰে ভিগেন চেণ্টাৰ সমুহৰ আ. ৰ, ডি. ৰেব বৰুৱাই। সভাত সভাপতিত্ব কৰে নোমল চন্দ্ৰ চেতিয়াই। সভাত যি সকল এঞ্জেলে ভিগেন চেণ্টাৰত ৰোগী সকলক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই আহিছে আৰু ভিগেন চেণ্টাৰৰ স্বত্বাধিকাৰী প্ৰয়াত জয়ন্ত দেউৰীৰ সহধৰ্মিনী কৃষ্ণাদেউৰীক সম্বৰ্ধনা জনোৱা হয়। শেষত ভিগেনৰ সদস্য সকলে মিলি হুচৰি পৰিবেশন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત શહેરના આનંદ મહલ રોડ વિસ્તારમાં સીસી રોડ નું ખાતમુર્હત મેયરના હસ્તે કરાયું.
સુરત શહેરના આનંદ મહલ રોડ વિસ્તારમાં સીસી રોડ નું ખાતમુર્હત મેયરના હસ્તે કરાયું.
સ્વાગત...
કોળિયાક નિષ્કલંક મહાદેવ ખાતે SRD અને GRD સભ્યો દ્વારા સત્યનારાયણ ભગાવનની કથાનું આયોજન કરાયુ
કોળિયાક નિષ્કલંક મહાદેવ ખાતે SRD અને GRD સભ્યો દ્વારા સત્યનારાયણ ભગાવનની કથાનું આયોજન કરાયુ
ಬೆಂಗಳೂರು ಟ್ರಾಫಿಕ್ ಸಮಸ್ಯೆಗೆ ಇತಿಶ್ರೀ ಹಾಡಲು ಡಿಸಿಎಂ DKS ಸಂಕಲ್ಪ
ಬೆಂಗಳೂರು: ಬೆಂಗಳೂರಿನ ಘನತೆಗೆ ಕಪ್ಪುಚುಕ್ಕೆಯಾಗಿರುವ ಟ್ರಾಫಿಕ್ ಸಮಸ್ಯೆಗೆ ಪರಿಹಾರ ಕಂಡುಕೊಳ್ಳಲು ಸಂಕಲ್ಪ...
Bast Indian Street Song #Streetsong # Streetmusicsong
Bast Indian Street Song ,Streetsong , Streetmusicsong
Pakistani Seema Haider: Nepal के जिस होटल में ठहरे थे Seema-Sachin, वहां होटल मालिक ने खोले अहम राज़
Pakistani Seema Haider: Pakistan से अपनी कथित मोहब्बत के खातिर Nepal के रास्ते भारत आई Seema...