ঐতিহাসিক লক্ষীমপুৰ পুখুৰীপাৰত "হপ এণ্ড ড্ৰিম ছচাঁইটি"ৰ উদ্যোগত একক কেৰেম প্ৰতিযোগিতা সম্পন্ন। অবিভক্ত দৰং জিলাৰ অগ্ৰণী বেচৰকাৰী সংস্থা " হপ এণ্ড ড্ৰিম ছচাঁইটি" য়ে দৰং-ওদালগুৰি জিলা ভিত্তিত এলানি কেৰেম প্ৰতিযোগিতা অনুষ্ঠিত কৰে । হপ এণ্ড ড্ৰিম ছচাঁইটিৰ যদুমণি শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত প্ৰতিযোগিতা খন উদ্বোধন কৰে যুৱ সমাজকৰ্মী ফেংকুল ডেকাই। প্ৰতিযোগিতাত দলংঘাটৰ লব কুমাৰ ডেকাই প্ৰথম শ্ৰেষ্ঠ আৰু লক্ষীমপুৰৰ দীপক শৰ্মাই দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেওমৰনৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন
দেওমৰনৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,...
પાલનપુરમાં ઘાસમાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
પાલનપુર કિર્તિસ્તંભ સર્કલ વચ્ચે ઉગેલા ઘાસમાં શનિવારે બપોરના સુમારે એકાએક અગમ્યકારણોસર આગ લાગતાં...
आमदार संदीप क्षीरसागर यांनी बिंदूसरा धरणात केले जल पूजन@india report
आमदार संदीप क्षीरसागर यांनी बिंदूसरा धरणात केले जल पूजन@india report
ખાંભા ના ગ્રામ્ય વિસ્તારોમાંથી આવતા વિઘાૅથીઓને એસટી બસની અ વેવસ્થા થી પરેશાન
ખાંભા ના ગ્રામ્ય વિસ્તારોમાંથી આવતા વિઘાૅથીઓને એસટી બસની અ વેવસ્થા થી પરેશાન