ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত চেপন চাহ বাগিচা বৰটনি লাইনৰ প্ৰেক্ষাগৃহৰ কাষত সৃষ্টি হোৱা এটা গাঁতে বৃদ্ধি কৰিছে ৰাইজৰ মাজত উৎকন্ঠা। দুৰ্গা দেৱী বিসৰ্জন দিয়াৰ পাছ দিনাই ৰাইজে বৰটনি লাইনৰ প্ৰেক্ষাগৃহৰ নিচেই কাষতে প্ৰত্যক্ষ কৰে কুৱাঁ সদৃশ দ গাঁতটো। কালি দিনত এটা শিশু দ গাঁতটোত সোমাই যোৱাৰ পাছতে ৰাইজে প্ৰত্যক্ষ কৰে এই দ' গাঁতটো। ৰাইজৰ অনুমান ৰাজাদিনৰ গুহা নতুবা কুৱাঁ হ'ব পাৰে এই দ' গাঁতটো। ৰাইজে প্ৰশাসন আৰু পুৰাতত্ব বিভাগৰক খবৰ দিয়াত আজি উক্ত স্থানত আৰক্ষী উপস্থিত হৈ সকলো দিশ পৰীক্ষা কৰিছে । ইতিমধ্য দ' গাঁতটোৰ ওচৰলৈ কোনো যাব নোৱাৰাকৈ বেৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। আৰক্ষী আৰু পুৰাতত্ব বিভাগৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃততে কেনেকৈ সৃষ্টি হৈছে এই কুঁৱা সদৃশ দ' গাঁতটো। মুঠৰ ওপৰত ৰাইজৰ মাজত উৎকন্ঠা বৃদ্ধি পাইছে এই দ' গাঁতটোক লৈ ।অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત જિલ્લા ગ્રામ્ય LCB પોલીસે બે બુટલેગર તેમજ બે વ્યાજંક
વાદી સહિત 4 ની "પાસા" હેઠળ અટક કરી અમદાવાદ,રાજકોટ અને વડોદરા
મધ્યસ્થ જેલ ખાતે મોકલી આપ્યા
સુરત જિલ્લા LCB પોલીસે બે બુટલગર તેમજ બે વ્યાજખોરીના ગેરકાયદેસર ધંધા સાથે સંકળાયેલા ચાર આરોપીની...
आईला किचनमध्ये होणारा त्रास बघवला नाही । पठ्ठ्याने बनवली 'रोबो गर्ल' । HPN MARATHI NEWS
आईला किचनमध्ये होणारा त्रास बघवला नाही । पठ्ठ्याने बनवली 'रोबो गर्ल' । HPN MARATHI NEWS
ৰেল আৰক্ষীৰ জালত দুই ড্ৰাগছ আৰু বিদেশী চিগাৰেট সৰবৰাহকাৰী
গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ সফল অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট।...
Weather Update: देश के इन राज्यों में झमाझम बरसेंगे मेघ! IMD का अलर्ट
Weather Update: राष्ट्रीय राजधानी दिल्ली समेत पूरे उत्तर भारत में ठंड की शुरुआत हो चुकी है....