সাপেখাতীৰ ৰহনত সংঘটিত নৃশংস হত্যাকাণ্ডত জড়িত অভিযুক্তক আটক কৰিলে আৰক্ষীয়ে। এখন ব্যক্তিগত চাহ বাগিচাত কৰ্মৰত এহাল দম্পতিক শোৱা পাটিতে দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগত সাপেখাতী আৰক্ষীয়ে আটক কৰিলে এজন লোকক। আটকাধীন লোকজনৰ নাম পৱন মুৰ্মু ওৰফে দেৱা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি চাহ বাগিচাৰ স্বত্বাধিকাৰী জিতেন বৰুৱাৰ বাসগৃহত বহু বছৰ ধৰি বাগিচা চোৱা চিতা কৰাৰ উপৰিও ঘৰুৱা কাম বন কৰাৰ উপৰিও নিজ পুত্ৰৰ দৰে আছিল হত্যা কাৰী পৱন মুৰ্মু ওৰফে দেবা (৩২) ৷ হত্যাকাৰী পৱণে প্ৰায় আঠ মাহৰ পূৰ্বেই বাগিচাৰ স্বতাধিকাৰী জীতেন বৰুৱাৰ সৈতে হোৱা বাক বিতণ্ডাৰ ফলতে জীতেন বৰুৱাৰ ঘৰৰ পৰা গুচি গৈছিল ৷ যাৰ ফলত বাগিচাৰ কাম কাজ কৰিবলৈ সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডাক আশ্ৰয় দিছিল জীতেন বৰুৱাই ৷ ইফালে ১৮ বছৰ ধৰি পৰিয়ালৰ দৰে থকা ঘৰখনৰ মোহ এৰিব নোৱাৰি বাগিছাৰ কাম কাজ কৰিবলৈ বেলেগ লোকক আশ্ৰয় দিয়াৰ ক্ষোভতে দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে আটকাধীন পৱনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰঙৰ কৌপাটীত বৃহৎ পৰিমানৰ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে
দৰঙৰ কৌপাটীত আজি আৰক্ষীয়ে বৃহৎ পৰিমানৰ চুলাই মদ নষ্ট কৰে৷ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন...
Car Sales In April 2024: अप्रैल में हुई इन गाड़ियों की सबसे ज्यादा बिक्री, जानें टॉप-5 में कौन हुआ शामिल
भारतीय बाजार में हर महीने लाखों की संख्या में वाहनों की बिक्री होती है। जिनमें यात्री वाहन...
Jetpur: AAP પર Jayesh Radadiya ના પ્રહાર કહ્યું 'AAPની જ નથી ગેરેન્ટી' | VTV Gujarati
Jetpur: AAP પર Jayesh Radadiya ના પ્રહાર કહ્યું 'AAPની જ નથી ગેરેન્ટી' | VTV Gujarati
No Confidence Motion मंजूर होते ही Lok Sabha में Chak De INDIA के नारे। Parliament Session। Congress
No Confidence Motion मंजूर होते ही Lok Sabha में Chak De INDIA के नारे। Parliament Session। Congress