সাপেখাতীৰ ৰহনত সংঘটিত নৃশংস হত্যাকাণ্ডত জড়িত অভিযুক্তক আটক কৰিলে আৰক্ষীয়ে। এখন ব্যক্তিগত চাহ বাগিচাত কৰ্মৰত এহাল দম্পতিক শোৱা পাটিতে দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগত সাপেখাতী আৰক্ষীয়ে আটক কৰিলে এজন লোকক। আটকাধীন লোকজনৰ নাম পৱন মুৰ্মু ওৰফে দেৱা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি চাহ বাগিচাৰ স্বত্বাধিকাৰী জিতেন বৰুৱাৰ বাসগৃহত বহু বছৰ ধৰি বাগিচা চোৱা চিতা কৰাৰ উপৰিও ঘৰুৱা কাম বন কৰাৰ উপৰিও নিজ পুত্ৰৰ দৰে আছিল হত্যা কাৰী পৱন মুৰ্মু ওৰফে দেবা (৩২) ৷ হত্যাকাৰী পৱণে প্ৰায় আঠ মাহৰ পূৰ্বেই বাগিচাৰ স্বতাধিকাৰী জীতেন বৰুৱাৰ সৈতে হোৱা বাক বিতণ্ডাৰ ফলতে জীতেন বৰুৱাৰ ঘৰৰ পৰা গুচি গৈছিল ৷ যাৰ ফলত বাগিচাৰ কাম কাজ কৰিবলৈ সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডাক আশ্ৰয় দিছিল জীতেন বৰুৱাই ৷ ইফালে ১৮ বছৰ ধৰি পৰিয়ালৰ দৰে থকা ঘৰখনৰ মোহ এৰিব নোৱাৰি বাগিছাৰ কাম কাজ কৰিবলৈ বেলেগ লোকক আশ্ৰয় দিয়াৰ ক্ষোভতে দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে আটকাধীন পৱনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM न रहो तो होर्डिंग से फोटो ऐसे गायब जैसे गधे के सिर से...कार्यक्रम में बोले Shivraj Singh | AajTak
CM न रहो तो होर्डिंग से फोटो ऐसे गायब जैसे गधे के सिर से...कार्यक्रम में बोले Shivraj Singh | AajTak
Hanuman Beniwal को मिली जान से मारने की धमकी, पुलिस ने Rohit Godara का नाम लेकर चौंकाया |
Hanuman Beniwal को मिली जान से मारने की धमकी, पुलिस ने Rohit Godara का नाम लेकर चौंकाया |
વલભીપુર ગ્રામ્ય અને નગરપાલિકા કક્ષાનો સેવા સેતુ કાર્યક્રમ આઠમા તબક્કામાં તારીખ 6 ઓગસ્ટ ના રોજ યોજશે
વલભીપુર ગ્રામ્ય અને નગરપાલિકા કક્ષાનો સેવા સેતુ કાર્યક્રમ આઠમા તબક્કામાં તારીખ 6 ઓગસ્ટ ના રોજ યોજશે
ছৱিগৃহলৈ কেতিয়া আহিব নতুন অসমীয়া ছবি Bulu film
ছৱিগৃহলৈ কেতিয়া আহিব নতুন অসমীয়া ছবি Bulu film। সোণাৰি মহাবিদ্যালয়ত নতুন অসমীয়া কথাছবি খনৰ...
जापान के पूर्व प्रधानमंत्री
नहीं रहे ।
जापान के पूर्व प्रधानमंत्री शिंजो आबे की शुक्रवार को देश के पश्चिमी इलाके में चुनावी कार्यक्रम के...