লক্ষীমপুৰ জিলা গঠনৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে জিলা প্ৰশাসনে যোৱা ২ অক্টোবৰত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ সভাত জিলাখনৰ বিশিষ্ট সংগঠক, বিজ্ঞান কৰ্মী তথা ২০১৯ বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বঁটা প্ৰাপক খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ শিক্ষক যজ্ঞোৰাম বৰাক জিলাখনৰ হৈ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ স্বীকৃতি স্বৰূপে বিশেষ বঁটা প্ৰদান কৰে। শেহতীয়াকৈ লক্ষীমপুৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ উদ্ভাৱক উপাসনা বৰুৱাৰ মেণ্টৰ হিচাপে আগবঢ়োৱা সেৱাৰ বাবেও বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিছে। ১৯৭১ চনত লক্ষীমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ বুঢ়াবুঢ়ী-বালিগাৱৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰা পেচাত এজন শিক্ষক হ'লেও অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতি, বিজ্ঞান আদি উত্তৰণৰ বাবে কাম কৰি থকা বিভিণ্ণ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃ প্ৰোতঃ ভাবে জড়িত হৈ নিৰলস সেৱা আগবঢ়াই আহিছে। এসময়ত সাংবাদিকতাৰ সেৱা আগবঢ়োৱা বৰাই জীৱন তৃষ্ণা, হৃদয়ত জোনাকৰ অনুভূতি আৰু অনুভৱৰ পাণ্ডুলিপি নামৰ তিনিখন কাব্য গ্ৰন্থও ৰচনা কৰিছে। জিলা প্ৰশাসনৰ বৰালৈ আগবঢ়োৱা এই স্বীকৃতিত খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় পৰিয়ালকে ধৰি জিলাবাসী উৎফুল্লিত হৈ পৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election Voting: अंतिम चरण के मतदान के बीच बोले Mithun Chakraborty? | Aaj Tak News
Lok Sabha Election Voting: अंतिम चरण के मतदान के बीच बोले Mithun Chakraborty? | Aaj Tak News
Asaduddin Owaisi Vs Sadhvi Pragya: Lok Sabha में नए कानून पर बहस के दौरान ओवैसी पर भड़कीं प्रज्ञा
Asaduddin Owaisi Vs Sadhvi Pragya: Lok Sabha में नए कानून पर बहस के दौरान ओवैसी पर भड़कीं प्रज्ञा
ত্ৰিৰংগ বিক্ৰী কেন্দ্ৰ উদ্বোধন
চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ দ্বাৰা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি
সোণাৰি, ২৯ জুলাই:...
દ્વારકા તેમજ પોરબંદર જિલ્લામાં ભાજપ કોંગ્રેસ ને આપમા કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર ???
દ્વારકા તેમજ પોરબંદર જિલ્લામાં ભાજપ કોંગ્રેસ ને આપમા કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર ???
રાજકોટમાં 35 લાખની લૂંટ ચલાવી ફરાર થયેલા પાંચ આરોપી મહેસાણા પોલીસે ઝડપી પાડ્યા
રાજકોટમાં આવેલા યુનિવર્સિટી રોડ પરના એક મકાનમાંથી ગુરુવારે વહેલી સવારે લૂંટ ચલાવી ભાગી છૂટેલા...