২০২২ বৰ্ষৰ শান্তিৰ নবেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰৰ শান্তিৰ নবেল বঁটা লাভ কৰে বেলাৰুছৰ এলেচ বিয়ালিয়াটস্কিয়ে। নবেল সমিটিয়ে বেলাৰুছৰ মানবাধিকাৰ অধিবক্তা এলেছক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। নৰৱেৰ নবেল কমিটিয়ে বেলাৰুছৰ মানৱ অধিকাৰ অধিবক্তা এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজক ২০২২ চনৰ শান্তিৰ নবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এলেচ বিয়ালিয়াটস্কিয়ে বহু বছৰ ধৰি ক্ষমতাৰ সমালোচনা কৰাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಟೋಲ್ ಗಳಲ್ಲಿ ಶಾಸಕರಿಗೆ, ಮಾಜಿ ಶಾಸಕರಿಗೆ 'ವಿಐಪಿ ಮಾರ್ಗ' ಖಾದರ್ ಭರವಸೆ
ರಾಜ್ಯದ ಟೋಲ್ ಗಳಲ್ಲಿ ಶಾಸಕರಿಗೆ ಹಾಗೂ ಮಾಜಿ ಶಾಸಕರಿಗೆ ಪ್ರತ್ಯೇಕ 'ವಿಐಪಿ ಮಾರ್ಗ' ರಚನೆ ಮಾಡಲು ಸಂಬಂಧಪಟ್ಟ...
প্ৰধান শিক্ষকৰ অশ্লীল-অভব্য ব্যৱহাৰক লৈ উত্তপ্ত খাৰুপেটীয়াৰ ধনীৰাম প্ৰাথমিক
প্ৰধান শিক্ষকৰ অশ্লীল-অভব্য ব্যৱহাৰক লৈ উপ্তপ্ত খাৰুপেটীয়াৰ ধনীৰাম প্ৰাথমিক
જયપુર પોલીસ અને PCPNDT યુનિટે ભીલડીમાં ડિકોય ઓપરેશન હાથ ધરયુ ગર્ભ પરીક્ષણ કરતા ડોક્ટરને ઝડપીયો
જયપુર પોલીસ અને PCPNDT યુનિટે ભીલડીમાં ડિકોય ઓપરેશન હાથ ધરયુ ગર્ભ પરીક્ષણ કરતા ડોક્ટરને ઝડપીયો
ગાંધી ના ગુજરાતમાં સ્વચ્છતા અભિયાનના લીરેલીરા ઉડતા જોવા મળ્યા
ગાંધી ના ગુજરાતમાં સ્વચ્છતા અભિયાનના લીરેલીરા ઉડતા જોવા મળ્યા .. રોગચાળો ફાટી નીકળવાની હવે દેહસત...
गणेशोत्सवाच्या पूर्व संध्येला चोरीला गेलेले सामान पोलिसांनी केले परत
गणेशोत्सवाच्या पूर्व संध्येला चोरीला गेलेले सामान पोलिसांनी केले परत