২০২২ বৰ্ষৰ শান্তিৰ নবেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰৰ শান্তিৰ নবেল বঁটা লাভ কৰে বেলাৰুছৰ এলেচ বিয়ালিয়াটস্কিয়ে। নবেল সমিটিয়ে বেলাৰুছৰ মানবাধিকাৰ অধিবক্তা এলেছক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। নৰৱেৰ নবেল কমিটিয়ে বেলাৰুছৰ মানৱ অধিকাৰ অধিবক্তা এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজক ২০২২ চনৰ শান্তিৰ নবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এলেচ বিয়ালিয়াটস্কিয়ে বহু বছৰ ধৰি ক্ষমতাৰ সমালোচনা কৰাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ब्लॉक देवेंद्र नगर के अलग-अलग नगर एवं ग्रामों में भरवाए गई नारी सम्मान योजना के फार्म
ब्लॉक कांग्रेस अध्यक्ष श्री आनंद शुक्ला रहे उपस्थित
*ब्लॉक देवेंद्र नगर के ककरहटी देवरी कुलुवा ग्राम में भरवाए गये नारी सम्मान योजना के फार्म*...
धाराशिव ते पंढरपूर स्वामी समर्थ पायी पालखी सोहळा
धाराशिव ते पंढरपूर स्वामी समर्थ पायी पालखी सोहळा
শিৱসাগৰত আটাছুৰ প্ৰতিবাদ
শিৱসাগৰত মংগলবাৰে আটাছুয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।জিলা উপায়ুক্ত কাৰ্যালয়ৰ...
Sehat Talk with Isha Bhatia Sanan, Ep. 06: How does a C-section or cesarean delivery take place?
Sehat Talk with Isha Bhatia Sanan, Ep. 06: How does a C-section or cesarean delivery take place?