দৰং আৰু ওদালগুৰি জিলাৰ সীমান্ত কৌপাটীত অচিনাকী মৃতদেহ উদ্ধাৰ।কৌপাটীৰ মৰা-ধনশ্ৰী নৈত উপঙি আছে মৃতদেহটো। মৃতদেহটো মৰা-ধনশ্ৰী নৈত উটি আহিছে বুলি স্থানীয় ৰাইজৰ সন্দেহ।মৃতদেহটোৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই। মৃতদেহটো স্থানীয় ৰাইজে ৰাতিপুৱা ভাগত প্ৰত্যক্ষ কৰে। ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बूंदी विधायक ने ’मुख्य बाजारों में की रामी-श्यामी’, शहरवासियों को दी दीपावली की शुभकामना
बूंदी विधायक ने ’मुख्य बाजारों में की रामी-श्यामी’, शहरवासियों को दी दीपावली की...
સાણથલી ગામમાં ફ્રી સર્વરોગ નિદાન કેમ્પનું આયોજન કરાયું,ભાજપ પ્રદેશ ઉપાધ્યક્ષ ભરત બોઘરા ઉપસ્થિત રહ્યા
સાણથલી ગામમાં ફ્રી સર્વરોગ નિદાન કેમ્પનું આયોજન કરાયું,ભાજપ પ્રદેશ ઉપાધ્યક્ષ ભરત બોઘરા ઉપસ્થિત...
बालिकाओं ने सीखे आत्मरक्षा के गुर राजकीय उच्च प्राथमिक विद्यालय टोकसपुरा केशोरायपाटन
बालिकाओं ने सीखे आत्मरक्षा के गुर राजकीय उच्च प्राथमिक विद्यालय टोकसपुरा केशोरायपाटन
...