দৰং আৰু ওদালগুৰি জিলাৰ সীমান্ত কৌপাটীত অচিনাকী মৃতদেহ উদ্ধাৰ।কৌপাটীৰ মৰা-ধনশ্ৰী নৈত উপঙি আছে মৃতদেহটো। মৃতদেহটো মৰা-ধনশ্ৰী নৈত উটি আহিছে বুলি স্থানীয় ৰাইজৰ সন্দেহ।মৃতদেহটোৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই। মৃতদেহটো স্থানীয় ৰাইজে ৰাতিপুৱা ভাগত প্ৰত্যক্ষ কৰে। ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kanjhawala Case : दिल्ली पुलिस ने माना- अंजलि की मौत हादसा नहीं हत्या है
देश की राजधानी दिल्ली के कंझावला में कार से 12 किलोमीटर एक लड़की को घसीटे जाने के मामले में बड़ा...
দৰঙৰ খাৰুপেটীয়াত এখন বাঁহৰ সাঁকোৰে ই-ৰিক্সা আৰু বাইক আৰোহী যাতায়ত কৰিলে দিব লাগে ধন। কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ
খাৰুপেটীয়াৰ মাগুৰমাৰীৰ এটা পথেৰে যাতায়ত কৰিলে আদায় দিব লাগে ধন । খাৰুপেটীয়া নগৰৰ পৰা অচিনতলা...
Bengaluru: मंगलुरु में छठी मंजिल से कूदकर MBBS छात्रा ने की आत्महत्या, पुलिस को कमरे से बरामद हुआ सुसाइड नोट
मंगलुरु। दिवाली के दूसरे दिन ही एक परिवार में मातम पसर गया। दरअसल, मंगलुरु के एक निजी मेडिकल...
অৰ্থনৈতিক অপৰাধীৰ বিশ্বব্যাপী পলায়নৰ পথ বন্ধ কৰাৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱাৰ বাবে জি-২০ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জি-২০ দেশসমূহে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ মাজত অধিক ঘনিষ্ঠ...
সোণাৰিত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান
সোণাৰি আৰক্ষী থানাৰ সন্মুখত অৱস্থিত সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰৰ আবাসী এলেকাৰ এটা কোৱাটাৰত আজি...