১৯৮৭চনৰ ৫ অক্টোবৰত গোলাঘাট মহকুমাৰৰ পৰা জিলালৈ উন্নীত হৈছিল। গোলাঘাট জিলাৰ প্ৰশাসনৰ নিদেৰ্শত ৫,৬,আৰু ৭অক্টোবৰত গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত উদযাপন কৰিছে এই কাৰ্য্যসূচী। এই উপলক্ষে গোলাঘাট জিলা পশু চিকিৎসা বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্রণ আঁচনি (NADCP) সহযোগত দেৰগাঁও স্থিত উত্তৰ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহৰ প্ৰাঙ্গনত এক সজাগত মূলক সভা অনুষ্ঠিত হয়। উক্ত সভাখনত উপস্থিত থাকে জিলা পশু চিকিৎসা বিষয়া ডাঃসত্যদত্ত চৌধুৰী,উত্তৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া য়ুচুফ আহমেদ,সহকাৰী খণ্ড উন্নয়ন বিষয়া আনন্দ বৰা,খণ্ড পশু চিকিৎসা বিষয়া ডাঃঅভিজিৎ কাকতি,পশু চিকিৎসক পৱিত্ৰ বৰতামুলী আদি বিশিষ্ট ব্যক্তি সকল। উক্ত অনুষ্ঠানত কেইবাগৰাকী পশু সখী,জনতা দুগ্ধ উৎপাদন সমবায় সমিতি,খণ্ড পশু চিকিৎসালয়ৰ অধীনৰ মৈত্ৰী-মিত্ৰ সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
औरंगाबाद |महाराष्ट्र पोलीस ज्ञानेश्वर सरताळे यांचे वयाच्या ३५व्या वर्षी हृदयविकाराच्या झटक्याने निधन
औरंगाबाद |महाराष्ट्र पोलीस ज्ञानेश्वर सरताळे यांचे वयाच्या ३५व्या वर्षी हृदयविकाराच्या झटक्याने निधन
'पाक में आतंकी खतरे से निपटने के लिए प्रतिबद्ध': PM मोदी और बाइडन के संयुक्त बयान पर अमेरिका का पलटवार
वाशिंगटन, पाकिस्तान के अमेरिकी दूतावास को तलब करने पर अमेरिकी विदेश विभाग के प्रवक्ता...
ट्रॅक्टर डायव्हरचा देसी जुगाड व्हिडिओ होतोय सोशल मिडियावर व्हायरल । Viral Video । Hpn Marathi News
ट्रॅक्टर डायव्हरचा देसी जुगाड व्हिडिओ होतोय सोशल मिडियावर व्हायरल । Viral Video । Hpn Marathi News
સુરત જિલ્લાના માંગરોળ તાલુકાના કોસાડી ગામેથી પોલીસે ગૌવંશ ગુનાના વોન્ટેડ આરોપીને ઝડપી પાડ્યો.
સુરત જિલ્લાના માંગરોળ તાલુકાના કોસાડી ગામેથી પોલીસે ગૌવંશ ગુનાના વોન્ટેડ આરોપીને ઝડપી પાડ્યો....