কবিতাৰ মহাসন্মিলন অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমাজকৰ্মী মণি গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শৰতৰ দুবৰিত কবিতাৰ আবেলি শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান এটাও সম্পন্ন হয়। সোণাৰি সমলয় গোষ্ঠীৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সভাখনত কবিতাৰ মহাসন্মিলন অসমৰ মুকুট শৰ্মা, চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙ, বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন ৰাজখোৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पर्यावरण सरंक्षण के प्रयासों में भूमिका निभाकर आने वाली पीढ़ी को दे स्वच्छ पर्यावरण की सौगात
रिपोर्टर फ़रीद खान✍️
*पर्यावरण सरंक्षण के प्रयासों में भूमिका निभाकर आने वाली पीढ़ी को दे...
अज्ञात कारणों से शराब के नशे में जहर का सेवन
पांढुरना. राजना हेटी में रहने वाले एक युवक ने किया जहर का सेवन बताया जा रहा है |...
চন্টক চেংধৰা গাঁও আৰু বৰ মিচিং গাঁৱত কুকুৰা পোৱালি বিতৰণ ।
বিজেপি শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাইৰ NGO আশ্ৰয়ৰ তৰফৰ পৰা নাজিৰা সমষ্টিৰ চন্টক চেংধৰা গাঁও...
कौटुंबिक वादातून पन्हाळा तालुक्यातील दरेवाडी येथे पत्नीचा डोक्यात वरवंटा घालून खून
कौंटुबिक वादातून रागाच्या भरात पतीने पत्नीच्या डोक्यात दगडी वरवंट घालून खून केल्याची घटना काल,...