কবিতাৰ মহাসন্মিলন অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমাজকৰ্মী মণি গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শৰতৰ দুবৰিত কবিতাৰ আবেলি শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান এটাও সম্পন্ন হয়। সোণাৰি সমলয় গোষ্ঠীৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সভাখনত কবিতাৰ মহাসন্মিলন অসমৰ মুকুট শৰ্মা, চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙ, বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন ৰাজখোৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજના ઉંબરી-કંબોઇ વચ્ચેનો પુલ તોડતાનો વીડિયો વાયરલ.....
કાંકરેજના ઉંબરી-કંબોઇ વચ્ચેનો પુલ તોડતાનો વીડિયો વાયરલ.....
Golaghat Teacher Protest at DO office Breaking ##শিক্ষকৰ প্ৰতিবাদত কপিল গোলাঘাটৰ জিলা শিক্ষা বিষয়াৰ
Golaghat Teacher Protest at DO office
Breaking_____
##শিক্ষকৰ প্ৰতিবাদত...
সোণাৰিত চাহ মাজদূৰে কিয় কৰিব লৈছে প্ৰতিবাদ ?
অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। সংঘৰ সোণাৰি শাখাৰ সম্পাদক প্ৰকাশ নাগে কৰে এই...