লখিমপুৰৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত বান্দৰদেৱা আৰক্ষী চকীয়ে পুনৰ ড্ৰাগছ সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা অভিযানত পাৰ্বতীপুৰৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিব্য পাতিৰ নামৰ এগৰাকী ব্যক্তিক। ব্যক্তিজনৰ পৰা ৯৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,এটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছ আৰু এটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोबाइल छीनकर बाइक सवार हुए फरार।
वाराणसी। कैंट थानांतर्गत मकबूल आलम रोड स्थित सिरोना डाइग्नोस्टिक के सामने देवगांव निवासी...
গোগামুখত চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ।
গোগামুখত চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ।
আগন্তুক...
IDBI Bank Share Today: लाल निशान में Stock का कारोबार, इस गिरावट के चलते Exit करना सही? | CNBC Awaaz
IDBI Bank Share Today: लाल निशान में Stock का कारोबार, इस गिरावट के चलते Exit करना सही? | CNBC Awaaz