চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত ৰহন গোহাঁই গাঁৱৰ গান গাই ভালপোৱা পিতৃহাৰা অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰ। নাম ভাস্কৰ ফুকন। ভাস্কৰৰ মাতৃ নিমাতী ফুকনে দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল কৰি আহিছে যদিও পুত্ৰৰ গানৰ প্ৰতি থকা হাবিয়াস পূৰণ কৰিবৰ বাবে নাছিল সামৰ্থ। সেয়েহে কিছুদিনৰ পূৰ্বে মাতৃৰ সৈতে ভাস্কৰ ফুকনে আৰ্থিক সাহাৰ্য বিচাৰি গৈছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ কাষলৈ আৰু মন্ত্ৰী বিমল বড়াই ভাস্কৰক এখনি গীটাৰ দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ সাপেক্ষে আজি মন্ত্ৰী বিমল বড়াই ভাস্কৰৰ বাসগৃহত উপস্থিত হৈ নিজ হাতেৰে এখন গীতাৰ প্ৰদান কৰে। লগতে মন্ত্ৰী বিমল বড়াই পুনৰ ভাস্কৰ গানত মুগ্ধ হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM मोदी को अमेरिका में विश्व शांति पुरस्कार मिला:अमेरिकी संगठन ने अल्पसंख्यकों के हितों की रक्षा के लिए सम्मानित किया
प्रधानमंत्री मोदी को वाशिंगटन ऐडवेंटिस्ट यूनिवर्सिटी और एक संगठन अमेरिका इंडिया माइनॉरिटी...
બળેજ ગામની નદીમાં પાણીના વહેણમાં 1વ્યક્તિ તણાઈ જતા ફાયર બ્રિગેડની ટીમ દ્વારા સર્ચ ઓપરેશન હાથ ધરાયું
બળેજ ગામની નદીમાં પાણીના વહેણમાં 1વ્યક્તિ તણાઈ જતા ફાયર બ્રિગેડની ટીમ દ્વારા સર્ચ ઓપરેશન હાથ ધરાયું
'ये महिलाओं का कितना इज्जत करते हैं... ', खुश्बू सुंदर के 'चेरी' कमेंट पर कांग्रेस का प्रदर्शन, भाजपा नेता ने किया पलटवार
चेन्नई। तमिलनाडु की बीजेपी नेता खुशबू सुंदर विवादों में घिर चुकी हैं। उन्होंने कुछ...
डीवाईएसपी मृत्यजंय मिश्रा ने बछडे को दलदल से निकालकर बचाई जान
डीवाईएसपी मृत्यजंय मिश्रा ने अपने कार्यालय के जवानों के साथ एक बछडे को दलदल से निकालकर उसकी जान...