বিহপুৰীয়া সমষ্টিভিত্তিত গঠন হোৱা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ এখন বিশেষ সভা আজি অনুষ্ঠিত কৰা হয় পিচলা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত ৷ স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই অংশগ্ৰহণ কৰা সভাখনত সমষ্টিটোত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ উপৰিও ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে ৰাইজক অৱগত কৰে বিধায়কগৰাকীয়ে ৷ বিহপুৰীয়া সমষ্টিত বিধায়কগৰাকীৰ নেতৃত্বত সমিতি খনে ইতিপূৰ্বে আৰম্ভ কৰিছে ধানখেতি আৰু কলখেতি ৷ ভবিষ্যত দিনত সমিতি খনৰ উদ্যোগত সমষ্টিটোত ২৭ বিধ খেতি কৰাৰ লক্ষ্যৰে কাম কাজ অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भजनलाल सरकार ने बनाया सड़क सुरक्षा का 10 वर्षीय प्लान, ऐसा करने वाला देश का पहला राज्य बना राजस्थान
सड़क दुर्घटनाओं और उनमें होने वाली मौतों में कमी लाने के लिए प्रदेश में 10 वर्षीय रोड सेफ्टी...
SJS Enterprises Ltd Workers’ Union
SJS Enterprises Ltd Workers' Union
16 September 2024
Press Release
...
ರಸ್ತೆ ಮತ್ತು ಚರಂಡಿ ಅಭಿವೃದ್ಧಿ ಕಾಮಗಾರಿಗೆ ಸ್ಥಳೀಯ ಶಾಸಕರಾದ ಎಂ. ಕೃಷ್ಣಪ್ಪರವರಿಂದ ಚಾಲನೆ
ಬೆಂಗಳೂರು : ವಿಜಯನಗರ ವಿಧಾನಸಭಾ ಕ್ಷೇತ್ರದ ಅತ್ತಿಗುಪ್ಪೆ ವಾರ್ಡಿನ ಅತ್ತಿಗುಪ್ಪೆ ಮತ್ತು ದ್ವಾರಕನಗರ ಬಡಾವಣೆಗಳಿಗೆ...
কাকপথাৰত এনকাউণ্টাৰক লৈ তীব্ৰ উত্তেজনা ৷
কাকপথাৰত এনকাউণ্টাৰক লৈ তীব্ৰ উত্তেজনা ৷
આજથી બે દિવસ કેજરીવાલ ગુજરાતમાં| Gstv
આજથી બે દિવસ કેજરીવાલ ગુજરાતમાં| Gstv