শৰতৰ সেউজ পথাৰ। সেউজীয়াৰ অপূৰ্ব সমাহাৰ। গধুলিৰ আকাশত ৰ'দৰ হালধীয়াৰ শেষ হাঁহি। আকাশৰ আন্ধাৰক আকোৱালিবলৈ প্ৰস্তুতি। এয়েই জীৱন।ৰ'দৰ অন্তত আকাশৰ হেঙুল হাঁহি আৰু জীৱনৰ নাটত জীয়াই থকাৰ অবিৰাম সংগ্ৰাম। সংগ্ৰাম মানেই ৰণ জিকাৰ হাবিয়াস। 

       শৰতৰ কহুঁৱাৰ শুভ্ৰতাই আমাৰ সকলোৰে মনবোৰ  উদ্ভাষিত কৰি তোলক।