টিংখাঙৰ সমীপৰ সোনাৰী সমষ্টিৰ অন্তৰ্গত ৰহন গোহাঁই গাঁৱৰ গান গাই ভালপোৱা এগৰাকী পিতৃহাৰা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। নাম ভাস্কৰ ফুকন। ভাস্কৰৰ মাতৃ নিমাতী ফুকনে দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল কৰি আহিছে যদিও পূত্ৰৰ গানৰ প্ৰতি হাবিয়াস পূৰণ কৰিবৰ বাবে নাছিল সামৰ্থ। সেয়েহে কিছুদিনৰ পূৰ্বে মাতৃৰ সৈতে ভাস্কৰ ফুকনে আৰ্থিক সাহাৰ্য বিচাৰি গৈছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ কাষলৈ আৰু মন্ত্ৰী বিমল বড়াই ভাস্কৰক এখনি গীটাৰ দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ সাপেক্ষে আজি মন্ত্ৰী বিমল বড়াই ভাস্কৰৰ বাসগৃহত উপস্থিত হৈ নিজ হাতেৰে এখন গীতাৰ প্ৰদান কৰে। লগতে মন্ত্ৰী বিমল বড়াই পুনৰ ভাস্কৰ গানত মুগ্ধ হৈ পৰে। অন্যহাতে মন্ত্ৰী বিমল বড়াৰ এনে মহানুভৱতাক ধন্যবাদ জ্ঞাপন কৰে ভাস্কৰ আৰু মাতৃয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নগৰৰ দুটা স্থানত IED স্থাপনত জড়িত বিতুল বৰুৱাক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান।
শিৱসাগৰ নগৰৰ দুটা স্থানত IED স্থাপনত জড়িত বিতুল বৰুৱাক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান। উপ আৰক্ষী...
या वस्तीवर नागरिकांच्या घरात घुसले पाणी; धान्य व संसार उपयोगी वस्तूंचे नुकसान@india report
या वस्तीवर नागरिकांच्या घरात घुसले पाणी; धान्य व संसार उपयोगी वस्तूंचे नुकसान@india report
ધ્રાંગધ્રા તાલુકાના ગામોમાં ડ્રોન ફ્લાઈંગ દ્વારા મિલકતોનો સર્વે હાથ ધરાયો
ધ્રાંગધ્રા તાલુકાના ગામોમાં ડ્રોન ફ્લાઈંગ દ્વારા મિલકતોનો સર્વે હાથ ધરાયો
'Ooh I smell curry walking down the hallway': How Priyanka Chopra was bullied by her schoolmates in US
Actor Priyanka Chopra has revealed for the first time the mean and racist comments she...
কণ কণ শিশু সকলক মানৱ সম্পদ
কণ কণ শিশু সকলক মানৱ সম্পদ গঢ়াৰ পণ লৈ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত "ছয়দুৱাৰ সংহত শিশু...