দশেৰা উৎসৱ উপলক্ষে দেওমৰনৈৰ লেঙ্গেৰীয়াঝাৰত লংকাপতি ৰাৱণ দাহণ কৰা হয়। ৫৩ সংখ্যক লেঙ্গেৰীয়াঝাৰ সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিয়ে দশেৰা উৎসৱ উপলক্ষে স্থানীয় শিল্পী সকলে তৈয়াৰ কৰা প্ৰায় ত্ৰিশ ফুট ওখ ৰাৱণ দাহণ কাৰ্যসূচী ৰূপায়ন কৰে। দুৰ্গা পূজা উদযাপন সমিতিয়ে বিজয়া দশমীৰ দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পিছতে সমাজৰ পৰা ৰাৱণ ৰূপী অপশক্তি সমূহ বিনাশ হোৱাৰ কামনাৰে ৰাৱণ দাহণ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राष्ट्रपति भवन में Bangladesh की Prime Minister Sheikh Hasina को दिया गया गार्ड ऑफ ऑनर | Aaj Tak
राष्ट्रपति भवन में Bangladesh की Prime Minister Sheikh Hasina को दिया गया गार्ड ऑफ ऑनर | Aaj Tak
ભાવનગર શહેરના ગાયત્રીનગર સોસાયટીમાં બાઈકના ચોરી કરનાર ઈસમ ઝડપાયો
ભાવનગર શહેરના ગાયત્રીનગર સોસાયટીમાં બાઈકના ચોરી કરનાર ઈસમ ઝડપાયો
पोलीस कर्मचाऱ्यांना दिवाळी बोनस द्या! जाधव
जनतेच्या सुरक्षेसाठी 24 तास धावून येणाऱ्या पोलिसांना यंदाही दिवाळी बोनस पासून वंचित ठेवणाऱ्या...