নুমলীগড়ত প্ৰতিমা বিসৰ্জনৰ আকৰ্ষনীয় দৃশ্য । লোকে লোকাৰন্য ।

নুমলীগড়ৰ দৈগ্ৰোং নদী,কানাইঘাটৰ কালিয়নী নদী আৰু ধনশিৰি নদীৰ ঘাটত প্ৰতিমা বিসৰ্জন দিয়ে। লোকে লোকাৰন্য তিনিটা স্থান। প্ৰতিমা বিসৰ্জন স্থলীত হাজাৰ হাজাৰ লোকৰ সমাৱেশ পৰিলক্ষিত হয় । আকৰ্ষনীয় ভাৱে নীতি নিয়মৰ মাজেৰে কোনো বিঘিনি নোহোৱাকৈ প্ৰতিমাসমূহ বিসৰ্জন দিয়ে ।